DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৰুপথাৰৰ খৰাংপীড়িত অঞ্চললৈ ৰাজ্য চৰকাৰে দিয়া ক্ষতিপূৰণ স্থায়ী সমাধান নহয়,পৰিবেশকৰ্মীৰ প্ৰতিক্ৰিয়া

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
July 19, 2021 5:27 pm
gol
211
VIEWS
Share on FacebookShare on Twitter

২০০০ চনৰ পৰাই গোলাঘাট জিলাৰ বহু অঞ্চল খৰাংৰ কৱলত পৰিছিল। তেনেক্ষেত্ৰত সৰুপথাৰৰ বৃ্হত্তৰ অঞ্চল খৰাংপীড়িত অঞ্চল ঘোষণা কৰা কেবিনেটৰ সিদ্ধান্তক মানি লব পৰা নাই একাংশ সচেতন লোকৰ লগতে অসমৰ সক্ৰিয় পৰিবেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে।

কেবিনেটৰ সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে তিনি মন্ত্ৰী ক্ৰমে অজন্তা নেওগ, যোগেন মহন আৰু অশোক সিংঘলে সৰুপথাৰৰ কৰ্দৈগুৰি আৰু চিলনীজানৰ বৃ্হৎ অঞ্চল পৰিদৰ্শন কৰি প্ৰায় ৩৫ হাজাৰ বিঘা কৃষিভূমি থকা অঞ্চলক খৰাংপীড়িত অঞ্চল ঘোষণা কৰাৰ লগতে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিছে।

এতিয়া প্ৰশ্ন উঠিছে যে কেৱল ক্ষতিপূৰণ দিলেই সমস্যাৰ সমাধান হ’ব জানো ? ইয়াৰ স্থায়ী সমাধানৰ দাবী তুলি  পৰিবেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে কয় যে প্ৰতি বছৰে খৰাংৰ কৱলত পৰা গোলাঘাটৰ একাংশ অঞ্চলত পূৰ্বৰ পৰিবেশ ঘূৰাই আনিবলৈ হলে চৰকাৰে বনানিকৰণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব।

বিশেষকৈ গোলকীয় উষ্ণতা , বনাঞ্চল ধ্বংসই গোলাঘাটৰ সমগ্ৰ পৰিবেশৰ ওপৰত বহু বছৰৰ পৰাই প্ৰভাৱ পেলাই আহিছে ।  দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল, ডিফু সংৰক্ষিত বনাঞ্চল , ৰেংমা সংৰক্ষিত বনাঞ্চল আৰু দৈয়াং সংৰক্ষিত বনাঞ্চলৰ ওপৰত  যি ধ্বংস যজ্ঞ চলিছে তাৰ ফলশ্ৰুতিতেই  আজি গোলাঘাটৰ একাংশ অঞ্চল এনেকৈ খৰাংৰ কৱলত পৰিছে।

কৃষিৰ ক্ষেত্ৰত  চৰকাৰে আঁচনি লৈছে যদিও জলসিঞ্চনৰ যি আঁচনি সেইয়া কিমান দূৰ ফলপ্ৰসূ হৈছে তাত সন্দেহ আছে বুলিও উল্লেখ কৰে পৰিবেশকৰ্মীজনে। অকল গোলাঘাটেই নহয়  নগাওঁ ,যোৰহাটকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ জিলাত জলসিঞ্চনৰ দুৰ্নীতি হৈ আছে যাৰবাবে কৃষকে সদায়ই দুৰ্ভোগ ভুগি আছে বুলিও মন্তব্য কৰে পৰিবেশ কৰ্মীজনে।

Recent News

Maharashtra Political Crisis

ৰাজনৈতিক সংকটত অতিষ্ঠ: মহাৰাষ্ট্ৰৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী হোৱাৰ মন মেলি ৰাজ্যপাললৈ প্ৰেৰণ কৰিলে পত্ৰ

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

NITI Aayog

পৰমেশ্বৰণ আয়াৰক নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd