• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ বিশ্ব ফুটবলত ক’ৰ’ণাৰ আক্ৰমণ : নেইমাৰ, দি মাৰিয়াসহ অন্য ৩ খেলুৱৈ ক’ৰ’ণাত আক্ৰান্ত!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 3, 2020 8:25 am
0_FBL-EUR-C1-LEIPZIG-PSG
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব ফুটূলত পুনৰ ক’ৰ’ণাই চলাইছে আক্ৰমণ। এইবাৰ কোভিড১৯ত আক্ৰান্ত হৈছে ব্ৰাজিল তথা পিএছজিৰ তাৰকা ফুটবলাৰ নেইমাৰসহ অন্য কেবাজনো খেলুৱৈ।

চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পৰাজয় বৰণ কৰাৰ পিছতে সতীৰ্থ খেলুৱৈৰ সৈতে স্পেনিছ দ্বীপ ইবিজাত পাৰ্টি কৰিবলৈ গৈছিল জনপ্ৰিয় ফুটবলাৰ গৰাকীয়ে।

উক্ত পাৰ্টিৰ পৰাই বিশ্বৰ অন্যতম জনপ্ৰিয় ফুটবলাৰ গৰাকী ক’ৰ’ণাত আক্ৰান্ত হোৱা বুলি দাবী কৰিছে ফৰাচী সংবাদ মাধ্যমে।

ফৰাচী সংবাদ মাধ্যমৰ দাবী যে নেইমাৰসহ পিএছজিৰ আৰু কেবাজনো ফুটবলাৰ কোভিড১৯ত আক্ৰান্ত হৈছে।

ইয়াৰ মাজত কেলৰ নাভাছো আছে বুলি দাবী কৰিছে ফৰাচী সংবাদ মাধ্যমে।

ফৰাচী সংবাদ মাধ্যমৰ মতে পিএছজিৰ মেনেজমেণ্টে আশংকা কৰিছে যে কেৱল নেইমাৰেই নহয়, দলৰ আৰু কেইবাজনো খেলুৱৈ এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

ইতিমধ্যে ক্লাৱৰ ফালৰ পৰা তিনিজন খেলুৱৈ কোভিড১৯ত আক্ৰান্ত হোৱা বুলি প্ৰকাশ কৰা হৈছে যদিও খেলুৱৈসকলৰ নাম প্ৰকাশ কৰাৰ পৰা বিৰত আছে ক্লাৱ কৰ্তৃপক্ষ।

ক্লাৱে আক্ৰান্ত খেলুৱৈসকলৰ নাম প্ৰকাশ নকৰিলেও ফৰাচী সংবাদ পত্ৰ লেকুইপ-এ দাবী কৰিছে নেইমাৰৰ লগতে এঞ্জেল দি মাৰিয়া, লিও পাৰাডেছ, কেলৰ নাভাছ, এণ্ডাৰ হেৰেৰা, মাওৰো ইকাৰ্ডিৰ দৰে তাৰকা খেলুৱৈ কোভিড১৯ত আক্ৰান্ত হৈছে।

সংবাদ পত্ৰখনৰ মতে মেইমাৰ সৈতে এইসকল খেলুৱৈ ইবিজাত পাৰ্টি কৰিবলৈ গৈছিল।

ক্লাৱটোৰ পৰা চ’ছিয়েল মিডিয়াৰ জৰিয়তে এক বিজ্ঞপ্তি প্ৰকাশ কৰা হৈছে, য’ত কোৱা হৈছে যে ক্লাৱৰ তিনিগৰাকী খেলুৱৈৰ শৰীৰত কোভিড১৯ পজিটিভ ধৰা পৰিছে।

ইতিমধ্য আক্ৰান্ত খেলুৱৈকেইজনক কোৱাৰেন্টাইন কৰাৰ লগতে হেলথ প্ৰট’কোল মানি চলা হৈছে বুলি জনোৱা হৈছে ক্লাৱৰ তৰফৰ পৰা।

ক্লাৱ কৰ্তপক্ষই সকলো খেলুৱৈৰে পুনৰ কোভিড টেষ্ট কৰোৱা হ’ব বুলিও ঘোষণা কৰিছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd