• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোৱালপাৰাত এদল উচ্চ শিক্ষিত যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা, দৰিদ্ৰৰ বাবে বিনামূলীয়া বিদ্যালয়

by
September 24, 2021 5:19 pm
Complete free school built in Gauvalpara with the efforts of some youth
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্যৱসায়িক দৃষ্টিভংগীৰে নহয়, অঞ্চলটোত এটা সুস্থ শৈক্ষিক পৰিবেশ গঢ়ি তোলাৰ লক্ষ্যৰে এদল উচ্চ শিক্ষিত যুৱক-যুৱতীৰ প্ৰচেষ্টাত গোৱালপাৰাৰ মাটিয়াত স্থাপন হৈছে এখন ব্যক্তিগত বিদ্যালয় ৷

চলিত বছৰৰ আৰম্ভণিতে একমাত্ৰ সেৱাৰ মনোভাৱেৰে আৰম্ভ কৰা বিদ্যালয় খন হৈছে “আমাৰ বিদ্যালয়”৷

ব্যক্তিগত শিক্ষানুষ্ঠান হ’লেও এই বিদ্যালয়ৰ আছে বহু সুকীয়া বৈশিষ্ট্য৷ গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কৰে গঢ় লৈ উঠা বিদ্যলয়খনে বহু কাৰণতে শেহতীয়াকৈ জিলা খনৰ মাজতে চৰ্চিত হৈ পৰিছে৷

Apply Now

এই বিদ্যালয় খন কেৱল দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ বাবেহে মুকলি৷

ইতিবাচক দিশটো হ’ল বিদ্যালয় খনত কোনো ধৰণৰ মাচুল দিব নালাগে৷ কিতাপ-পত্ৰ, টিউচনৰ মাচুল আদায় দিব নালাগে ছাত্ৰছাত্ৰী সকলে৷

সম্পূৰ্ণ বিনামূলীয়া এই বিদ্যালয়খন ৷

জিলা খনৰ মাটিয়াৰ অজয় কুমাৰ নাথ, তাৰক চন্দ্ৰ সাউদ, আল্পনা, মৃদুলা, স্মৃতা, ভৃগুৰ দৰে এদল উচ্চ শিক্ষিত যুৱক-যুৱতীৰ চিন্তাৰ ফচল “আমাৰ বিদ্যালয়”৷

ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ শিক্ষা গ্ৰহণৰ সুবিধা থকা বিদ্যালয় খনত সাত গৰাকী শিক্ষকে মুঠ ৭২ গৰাকী ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি আহিছে৷ গুণগত শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা এইখন বিদ্যালয়ত কেৱল আৰ্থিক ভাৱে পিচ পৰা আৰু দুখীয়া, মেধাবী ছাত্ৰ-ছাত্ৰী সকলক অধ্যয়নৰ সুবিধা দিয়া হয়৷

আনহাতে এইখন বিদ্যলয়ত পাঠদান কৰিবলৈ অহা শিক্ষক শিক্ষয়ত্ৰী সকলো দুখীয়া পৰিয়ালৰ পৰা অহা ৷ অতি সামান্য পৰিতোষৰ বিপৰীতে সেৱাৰ মনোভাৱেৰে প্ৰত্যেকজন শিক্ষক-শিক্ষযেত্ৰীয়ে নিজকে আত্মনিয়োগ কৰিছে “আমাৰ বিদ্যালয়”ত।

বিদ্যালয় খনৰ আটাইটকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল শিক্ষা দানৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰি আহিছে কুটিৰ শিল্প, স্বচ্ছতা, কৃষি, ক্ৰীড়াৰ অনুশীলন আদিৰ লগতে বিভিন্ন শিক্ষা৷

বিদ্যালয়ৰ চৌহদৰ লগতে প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰী ঘৰত গঢ়িতোলা হৈছে একো একোখন নাৰ্চাৰী আৰু শাকপাচলিৰ খেতি৷ প্ৰয়োজনীয়খিনি নিজৰ বাবে ৰখাৰ উপৰিও বিক্ৰী কৰাৰ সুবিধা ৰাখিছে৷

বিদ্যালয় খনৰ এই সকলো কাম কাজৰ নেতৃত্ব দিছে বিদ্যালয় খনৰ অধ্যক্ষ অজয় কুমাৰ নাথে৷ অধ্যক্ষ গৰাকীয়ে জানিব দিয়া মতে ইতিমধ্যে বিদ্যালয় খনে পৰবৰ্তী দিনত নিজাববীয়াকৈ খেতি কৰি খেতিৰ পৰা পোৱা লাভৰ ধনৰে বিদ্যালয় খনৰ পৰিচালনা কৰাৰ এক আচঁনি প্ৰস্তুত কৰিছে৷

ইতিমধ্যে বিদ্যালয় খনত অধ্যয়নৰত সকলো ছাত্ৰ-ছাত্ৰীকে অধ্যয়ন, খেতি বাতিৰ লগতে সকলো কামত আত্মনিয়োগ কৰিব পৰা জোখাৰে প্ৰস্তুত কৰি তুলিছে৷ তাহানিতে যেনেদৰে গুৰুৰ ঘৰত থাকি শিষ্যই শিক্ষাৰ লগতে ব্যৱহাৰিক শিক্ষা গ্ৰহন কৰিছিল ৷ তেনে আৱাসিক সুবিধা নাথাকিলেও “আমাৰ বিদ্যালয়”ৰ শিক্ষক সকলে বিদ্যালয়ত পাঠদান কৰাৰ উপৰিও ঘৰত গৈও দিছে শিক্ষা ৷ গুৰু শিষ্যৰ এনে বহু পবিত্ৰ পৰম্পৰাই শেতীয়াকৈ চৰ্চাৰ মাজলৈ আহিছে “আমাৰ বিদ্যালয়” ৷

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd