• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষা, ২০১৯-ৰ ফলাফল : শীৰ্ষ দহটা স্থানত সোমাবলৈ সক্ষম হোৱা ৩৯জনৰ তালিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2019 10:45 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শীৰ্ষ দহটা স্থানত সোমাবলৈ সক্ষম হোৱা ৩৯জন ছাত্ৰ-ছাত্ৰীৰ নাম, নম্বৰ, বিদ্যালয় আৰু জিলাৰ তালিকা তলত দিয়া হ’ল-

প্ৰথম স্থান (৫৯৪)

Apply Now
  • মেঘাশ্ৰী বৰা, শংকৰদেৱ শিশু বিদ্যা নিকেতন, নাৰায়ণপুৰ, লখিমপুৰ

দ্বিতীয় স্থান (৫৯৩)

  • চিন্ময় হাজৰিকা, ডনবস্কো হাইস্কুল, বাঘচোং, যোৰহাট
  • প্ৰত্যাশা মেধি, ছেইণ্ট মেৰীজ হাইস্কুল, কামৰূপ (মহানগৰ)

তৃতীয় স্থান (৫৯১)

  • আফ্ৰিন আহমেদ, খ্ৰাইষ্টজ্যোতি স্কুল, নগাঁও
  • অনুশ্ৰী ভূঞা, ছেইণ্ট মেৰীজ হাইস্কুল, কামৰূপ (মহানগৰ)

চতুৰ্থ স্থান (৫৯০)

  • কৃষ্টি শইকীয়া, ছেইণ্ট মেৰীজ হাইস্কুল, কামৰূপ (মহানগৰ)

পঞ্চম স্থান (৫৮৯)

  • ফালগুনী শৰ্মা, ছেইণ্ট জন হায়াৰ ছেকেণ্ডাৰ স্কুল, বাক্সা
  • লবজ্যোতি দাস, ডন বস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৈৰাগীমঠ, ডিব্ৰুগড়
  • উপাশা মুদৈ, গোলাঘাট জাতীয় বিদ্যালয়, গোলাঘাট
  • তৌছিফ তমন্না ৰহমান, ছেইণ্ট মেৰীজ হাইস্কুল, লখিমপুৰ
  • প্ৰিয়ংকা কলিতা, অসম জাতীয় বিদ্যালয়, নুনমাটি, কামৰূপ (মহানগৰ)

ষষ্ঠ স্থান (৫৮৮)

  • ৰাজশ্ৰী পাঠক, বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰপেটা
  • অভীস্পা দাস, বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰপেটা
  • ছাৰমিন হাছনাত, চেণ্ট্ৰেল গাৰ্লছ হাইস্কুল, গোৱালপাৰা
  • অনুৰাগ বৰ্মন, উদয়ন শান্তি নিকেতন, বেজেৰা, কামৰূপ (গ্ৰাম্য)
  • প্ৰিয়ম কাশ্যপ, পায়নিয়াৰ একাডেমি, পুঠিমাৰী, কামৰূপ (গ্ৰাম্য)

সপ্তম স্থান (৫৮৭)

  • অলয় বুঢাগোহাঁই, ছেইণ্ট মেৰীজ হাইস্কুল, লখিমপুৰ
  • দ্বীপজ্যোতি শৰ্মা, ছেইণ্ট মেৰীজ হাইস্কুল, লখিমপুৰ
  • অংকুৰৰাজ কাশ্যপ, পুৰণি গুডাম আৰ কে বি উচ্চতৰ মাধমিক বিদ্যালয়, নগাঁও
  • নিকিতা কলিতা, লিটল ফ্লাৱাৰ স্কুল, নলবাৰী

অষ্টম স্থান (৫৮৬)

  • ইভান কাশ্যপ কলিতা, ছেইণ্ট জন হায়াৰ ছেকেণ্ডাৰি স্কুল, বাক্সা
  • বৰষা ডেকা, আগডলা চাৰিআলি হাইস্কুল, কামৰূপ (গ্ৰাম্য)
  • নিশিতা খাটনিয়াৰ, বেবেজীয়া পি কে এছ উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁও
  • ইশান ভূঞা, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁও
  • দীপ শইকীয়া, ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁও
  • দেবাশ্ৰী শইকীয়া, গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউট, শিৱসাগৰ

নৱম স্থান (৫৮৫)

  • হীৰকজ্যোতি চৌধুৰী, পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুল, বৰপেটা
  • জেফ্ৰিন আৰা আহমেদ, হেপ্পী চাইল্ড ইংলিছ স্কুল, ছিপাঝাৰ, দৰং
  • ইৰফান হক, খ্ৰাইষ্টজ্যোতি স্কুল, নগাঁও
  • দীপশেখৰ কলিতা, বিবেকানন্দ বিদ্যা নিকেতন, টিহু, নলবাৰী
  • অৰ্চিতা দুৱৰা, ছেইণ্ট জোছেফ হাইস্কুল, মৰাণহাট, শিৱসাগৰ

দশম স্থান (৫৮৩)

  • উদ্দীপ্ত কলিতা, উত্তৰ বজালী হাইস্কুল, বৰপেটা
  • অনিৰ্বাণ দত্ত, বি এল বেৰিয়া সৰস্বতী শিশু মন্দিৰ, ডিব্ৰুগড়
  • অচ্যুত কুমাৰ চেতিয়া, গোলাঘাট জাতীয় বিদ্যালয়, গোলাঘাট
  • মনীষা মালাকাৰ, শংকৰদেৱ বিদ্যা নিকেতন, হাজো, কামৰূপ (গ্ৰাম্য)
  • বিতোপন কলিতা, অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল, মিৰ্জা, কামৰূপ (গ্ৰাম্য)
  • সাগ্নিক বণিক, ডনবস্কো হাইস্কুল, হোজাই, নগাওঁ
  • মিণ্টু গায়ন, পুৰণি গুডাম আৰ কে বি উচ্চতৰ মাধমিক বিদ্যালয়, নগাঁও
  • দীপজ্যোতি শৰ্মা, শংকৰদেৱ বিদ্যা নিকেতন, টিহু, নলবাৰী

জিলা হিচাপে স্থানলাভৰ সংখ্যা তলত দিয়া ধৰণৰ-

  • নগাওঁ জিলাৰ সৰ্বাধিক ৮জন
  • কামৰূপ গ্ৰাম্য জিলাৰ ৫জন
  • লখিমপুৰ, বৰপেটা আৰু গুৱাহাটী মহানগৰ জিলাৰ ৪জনকৈ
  • নলবাৰী জিলাৰ ৩জন
  • ডিব্ৰুগড়, শিৱসাগৰ আৰু গোলাঘাট জিলাৰ ২জনকৈ
  • দৰং, বাক্সা আৰু গোৱালপাৰাৰ ১জনকৈ
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd