• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত ক’ভিড প্ৰট’কল ধোঁৱাচাঙত: সমগ্ৰ মহকুমা কন্টেইনমেন্ট জ’ন; আজিৰে পৰা সম্পূৰ্ণ লকডাউন

উত্তম শইকীয়া by উত্তম শইকীয়া
June 28, 2021 6:45 am
IMG-20210627-WA0461

ফটো : নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰায়বোৰ ৰাজ্যৰ লগতে অসমতো ক’ভিড-১৯ৰ সংক্ৰমণ নিয়ন্ত্ৰিত হোৱাৰ সময়ত বোকাখাত মহকুমাত সংক্ৰমণ নিয়ন্ত্ৰণত ব্যৰ্থ প্ৰশাসন ৷

যি সময়ত ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ ২ শতাংশৰ তললৈ নামিছে সেই সময়ত বোকাখাত মহকুমাত সংক্ৰমণৰ হাৰ প্ৰায় ৮.২৫ শতাংশ হোৱাতো যথেষ্ট উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে ৷

Apply Now

মহকুমাটোত এতিয়ালৈকে মুঠ ২,৯৭৪ জন ক’ভিড সংক্ৰমিত ৰোগী আছে ৷  সংক্ৰমণৰ দ্বিতীয় ঢৌৰ সময়ত মহকুমাটোত মুঠ ৪৫,০৬০ গৰাকী লোকক ক’ভিড টেষ্ট কৰাৰ বিপৰীতে ২৫,৩৭৮ জন লোকক এতিয়ালৈকে ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷

ইয়াৰে ১৬,৮৭৪ গৰাকী ৪৫ ৰ উৰ্ধৰ আৰু বাকী ৮,৪৯৪ গৰাকী ব্যক্তি ১৮ বছৰৰ পৰা ৪৪ বছৰৰ ভিতৰৰ লোক ৷

দ্বিতীয়টো সংক্ৰমণৰ এনে পৰিস্থিতিত বোকাখাত মহকুমাৰ মুঠ ২৩ গৰাকী লোকে এতিয়ালৈকে ক’ভিডৰ ভয়াবহ সংক্ৰমণত প্ৰাণ দিব লগা হৈছে ৷

ক’ভিডৰ এই দ্বিতীয় সংক্ৰমণৰ সময়ত বোকাখাত মহকুমাত সংক্ৰমণ প্ৰতিৰোধৰ সকলো প্ৰচেষ্টাই বিফল হোৱাৰ পিছত ৰাজ্য চৰকাৰে সোমবাৰৰ পৰা প্ৰযোজ্য হোৱাকৈ বোকাখাত মহকুমাক কন্টেইনমেন্ট জ’ন হিচাবে সম্পূৰ্ণ লকডাউনৰ ঘোষণা কৰিছে ৷

ক’ভিডৰ দ্বিতীয় সংক্ৰমণৰ সময়ত বোকাখাত মহকুমাত সংক্ৰমণ প্ৰতিৰোধৰ বাবে থকা ক’ভিড প্ৰট’কল ৰূপায়ন কৰাত মহকুমা প্ৰশাসন সম্পুৰ্ণ বিফল হোৱা কাৰ্যই মহকুমাটোক লকডাউনৰ মাজলৈ লৈ গ’ল ৷

সম্পুৰ্ণ লকডাউন আৰম্ভ হোৱাৰ প্ৰাক্ ক্ষণত দেওবাৰে বোকাখাত মহকুমা প্ৰশাসনৰ বিষয় ববীয়াৰে ক’ভিড সংক্ৰমণ প্ৰসংগত আলোচনাত মিলিত হয় মন্ত্ৰী অতুল বৰা ৷

আলোচনাত লক ডাউনৰ সময়ত মহকুমাটোত ক’ভিড সম্পৰ্কীয় নিৰ্দেশাৱলী কঠোৰভাৱে ৰূপায়িত কৰিবৰ বাবে মন্ত্ৰী বৰাই নিৰ্দেশ প্ৰদান কৰে ৷ ইয়াৰ বাবে তেওঁ টাস্ক ফৰ্চ গঠনৰো নিৰ্দেশ দিয়ে ৷

Tags: COVID-19
উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd