• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাটত চুলাই মদ নিষিদ্ধৰ দাবীত তীব্ৰ প্ৰতিবাদ; গঠন মদমুক্ত মহিলা বাহিনী

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
October 10, 2019 2:31 pm
IMG-20191009-WA0008

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলাত চুলাই মদ নিষিদ্ধ কৰণৰ দাবীত আৰু চাহ বাগিচা অঞ্চলৰ পৰা সুৰা প্ৰস্তুত কৰা প্ৰক্ৰিয়া বন্ধ কৰি হাজাৰ হাজাৰ শ্ৰমিক তথা দৰিদ্ৰ পৰিয়ালক সুৰক্ষা দিয়াৰ স্বাৰ্থত আজি ব্ৰহ্মপুত্ৰ অঞ্চলৰ শ্বহীদ স্মৃতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত মহিলা সমিতি আৰু মদমুক্ত দাবী সমিতিৰ যুটিয়া উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়।

উল্লেখ্য যে অসমত সম্পূৰ্ণৰূপে সুৰা নিষিদ্ধ কৰণৰ বাবে সংগ্ৰাম অব্যাহত ৰখা মদ মুক্ত দাবী সমিতিয়ে আজি গ্ৰামাঞ্চল আৰু চাহ বাগিচা অঞ্চল সমূহত নিৰ্যাতিতা নাৰীসকলক আৰু কৃষক ৰাইজক লৈ এই প্ৰতিবাদী সভাখন অনুষ্ঠিত কৰে।

Apply Now

সমাজৰ বৰবিহ স্বৰূপ সুৰা নিষিদ্ধৰ দাবীত সমগ্ৰ অসমত এক ব্যাপক গণ আন্দোলন আৰু সজাগতা সৃষ্টি কৰি অহা মদ মুক্ত দাবী সমিতিৰ কেন্দ্রীয় সভাপতি প্ৰবীন দাস, আছু নেতা মধুম্মৃত বৰুৱা, দেৱব্ৰত দত্ত, অনুসূচিত জাতি ছাত্র সন্থাৰ দেৰগাঁও সমিতিৰ সভাপতি দীপক দাস, টি এম পি কেৰ গোলাঘাট জিলাৰ উপদেষ্টা প্ৰসেন লঙিং, অৱসৰপ্ৰাপ্ত শিক্ষক ৰেৱকান্ত বৰা, বুবাই বৰা আৰু স্থানীয় ৰাইজৰ সহযোগত এই প্ৰতিবাদী সভাখন অনুষ্ঠিত হয়।

সভাত সকলো ৰাইজ সমবেত হৈ চুলাই-মদ প্ৰস্তুত কৰা প্ৰতিগৰাকী ব্যক্তিৰ ঘৰলৈ গৈ প্ৰথমে বুজনি দি  চুলাই বেপাৰ বন্ধৰ চেষ্টা কৰাৰ লগতে এই ক্ষেত্ৰত চোৱা-চিতা কৰিবৰ বাবেও এখন মদ মুক্ত মহিলা সমিতি গঠন কৰা হয়।

সভাত  উপস্থিতি থকা শ-শ পুৰুষ-মহিলাই অসমত সুৰা নিষিদ্ধ কৰণৰ সম্পৰ্কত চৰকাৰক যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে আবকাৰী বিভাগৰ নিৰৱতাৰ বাবেও ক্ষোভ প্ৰকাশ কৰে।

সভাত মদ মুক্ত দাবী সমিতিৰ সভাপতি প্ৰবীন দাসে মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি অসমত মদ বন্ধ কৰিবলৈ সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনোৱাৰ লগতে দেহত শেষ বিন্দু ৰক্ত থকালৈ মদৰ বিৰুদ্ধে আপোচহীন সংগ্ৰাম অব্যাহত ৰখাৰ কথা অৱগত কৰে।

আজিৰ এই সভাত মদমুক্ত দাবী সমিতিৰ গোলাঘাট জিলাৰ সভাপতি মৃদুল শৰ্মা, সম্পাদিকা ৰিংকুমণি ৰাজখোৱা, সাংবাদিক কাজু ৰবিদাস, শিক্ষক ৰুনুমী বৰুৱা, ব্ৰজেন বৰা, আনন্দ মিলিৰ লগতে বহুকেইজন ব্যক্তি উপস্থিত থাকি গাঁও আৰু চাহ বাগিচা অঞ্চলত লালিগুৰ তথা সুৰা নিসিদ্ধকৰণৰ সম্পৰ্কত ভাষন আগবঢ়ায়।

এই সভাৰ অন্তত গঠিত মহিলা সমিতিয়ে বিভিন্ন শ্ল’গান দি এক পদ যাত্ৰা কৰি অঞ্চলটোত এক সজাগতা সৃষ্টিৰ পদক্ষেপ গ্ৰহণ কৰে।

ঋতুপল্লব শইকীয়া

ঋতুপল্লব শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd