• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগা ৰাজনৈতিক সমাধানৰ কোনো ইংগিত নোহোৱাত আক্ষেপ নাগা হো হোৰ

নাগাসকলক বিভাজন কৰাৰ চেষ্টা কৰা বুলি ভাৰত চৰকাৰৰ বিৰুদ্ধে অভিযোগ হো হোৰ

ভদ্ৰ গগৈ by ভদ্ৰ গগৈ
January 16, 2020 6:15 pm
Naga-Hoho-750x375

নাগা হো হোৰ ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগা শান্তি আলোচনা সম্পূৰ্ণ কৰাৰ কোনো উম-ঘাম নাই বুলি জানিবলৈ দি ইয়াৰ বাবে আক্ষেপ কৰিছে নাগা হো হোৱে।

এটা প্ৰেছ বিবৃতিত হো হোৱে ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আন্তৰিকতা আৰু ৰাজনৈতিক সদিচ্ছাহীনতাক জগৰীয়া কৰিছে।

Apply Now

হো হোৰ সভাপতি এইচ্ছ কে ঝিমমি আৰু সাধাৰণ সম্পাদক কে ইলু ডাঙে কয় যে নাগাসকলে দীৰ্ঘদিনীয়া নাগা ৰাজনৈতিক অচলাৱস্থাটোৰ সমাধানৰ কোনো লক্ষণ নেদেখাকৈয়ে আন এটা বছৰত প্ৰৱেশ কৰিলে।

“নাগাসকল নাগাভূমিত এটা নতুন সূৰ্য্যৰ উদয় হোৱা চাবলৈ উৎকণ্ঠাৰে ৰৈ আছে আৰু দুটা দশকতকৈ অধিক সময়ৰ আলোচনা-বিলোচনা ইয়াৰ বাবে যথেষ্ট”, বিবৃতিটোত কোৱা হয়।

“ভাৰত চৰকাৰে পিছুৱাই যাব নালাগিব বা ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্টটোৰ অন্য ব্যাখ্যা কৰিব নালাগিব, যিটো সমাধান বা চুক্তিৰ আধাৰ”, বিবৃতিটোত লগতে কোৱা হয়।

সকলো জটিলতা ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্টটোৰ আধাৰত হ’ব লাগিব বুলিও হো হোৱে দাবী কৰে।

বিষয়টোত নাগাসকল সহমতত উপনীত নোহোৱাটোকো দুৰ্ভাগ্যজনক আখ্যা দিয়ে হো হোৱে। বিবৃতিটোৰ মতে, একাংশ গোট বা গোষ্ঠীয়ে বৰ্তমানৰ নাগালেণ্ড ৰাজ্যখনৰ বাবে পৃথক সমাধান দাবী কৰি অহাৰ বিপৰীতে আন একাংশই সমগ্ৰ নাগাৰ বাবেই সমাধান অনাৰ চেষ্টা কৰিছে।

আনহাতে ভাৰত চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি হো হোৱে কয়, ভাৰত চৰকাৰে নাগাসকলক বিভাজন কৰা আৰু ১৬টা দফাৰ এগ্ৰিমেণ্টটো ভাৰতৰ সংবিধানৰ আওতাত সংশোধন কৰি সমাধান অনাৰ প্ৰয়াস কৰিছে।

হো হোৱে ইয়াৰ বিৰুদ্ধে সকলো নাগা ৰাজনৈতিক গোটক ঐক্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনায়।

ভদ্ৰ গগৈ

ভদ্ৰ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd