• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰিত শিক্ষা বিভাগৰ চৰম অবহেলাৰ বাবে জহি-খহি যাব ধৰিছে শতাধিক শিক্ষাৰ্থী থকা চাহ বাগিছা অঞ্চলৰ চৰকাৰী বিদ্যালয়

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
February 19, 2020 8:46 am
Image

চৰকাৰী বিদ্যালয়খনৰ দৃশ্য

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিটো শিশুৰে শৈক্ষিক আৰু সৰ্বাংগিন বিকাশৰ বাবে প্ৰয়োজন হয় এটা সুন্দৰ পৰিবেশৰ কিন্তু ৰাজ্যৰ শাসনত থকা চৰকাৰখনৰ অধীনৰ বিয়াগোম শিক্ষা বিভাগে গ্ৰাম্যাঞ্চলৰ চৰকাৰী বিদ্যালয় সমূহত তেনে এক সুন্দৰ পৰিবেশ তৈয়াৰ কৰাত সফল হৈছেনে, ই এক অবুজ সাঁথৰ হৈছে।

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত তথা ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ এখন অতি জৰাজীৰ্ণ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় হ’ল আমনিত থকা টেটুলবস্তী প্ৰাৰ্থমিক বিদ্যালয়।

Apply Now

চাহ জনজাতি অধ্যুষিত এলেকাত থকা এই বিদ্যালয়খনত ১০৫ গৰাকী কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে অতি বিপদসংকুলভাৱে শিক্ষা গ্ৰহণ কৰিব লগীয়া হৈছে।

চৰকাৰী বিদ্যালয়খনৰ আন্তঃগাঁঠনি বৰ্তমান অতি পুতৌ লগা অৱস্থাত উপনীত হৈছে। ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা গৃহটোৰ মুধচত থকা কাঠৰ বাটাম ভগা, খুটা সমূহ পচা উঁইয়ে খোৱা, চাৰি বেৰত বহু সংখ্যক ফুটা।

বিদ্যালয়খনত কোনোধৰণৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নাই, আনকি ছাত্ৰী তথা শিক্ষয়ত্ৰী সকলৰ বাবে বিদ্যালয় খনত প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰৰ ব্যৱস্থাও উপলব্ধ নায়।

ইফালে, বিদ্যালয়খনত থকা পকী আংগনৱাঢ়ী কেন্দ্ৰটো কেইবছৰমানৰ পূৰ্বে ধুমুহাই ক্ষতিগ্ৰস্ত কৰাৰ পাছত বিভাগীয় অৱহেলাৰ বাবে আজি পৰ্য্যন্ত  মেৰামতি কৰা নহ’ল।

অংগনৱাঢ়ী কেন্দ্ৰটোত শিক্ষাদান কৰাতো দুৰৰে কথা মেৰামতিৰ অভাৱৰ বাবে তাৰ ভিতৰত গছ-বন গজি মৰিশালীলৈ পৰ্যবসিত যোৱাৰ উপক্ৰম হৈছে।

উল্লেখযোগ্য যে, ১৯৮৫ চনতে স্থাপিত হোৱা বাগিছা এলেকাৰ অন্যতম বিদ্যালয়খন কেৱল চৰকাৰী স্বীকৃতিপ্ৰাপ্তহে হ’ল কিন্তু চৰকাৰী কৰনৰ ব্যৱস্থা কৰা নহ’ল। যাৰ বাবে বছৰ বছৰ ধৰি বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়ত্ৰী সকলে বিনাবেতনে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা দান কৰিব লগীয়া হৈছে।

ইয়াৰ ফলত কেৱল পাঠ্যপুথি আৰু মধ্যাহ্ন ভোজনৰ বাদে ইউনিফ’ৰ্ম আদি বহুবোৰ সুবিধাৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে বিদ্যালয়খনৰ ছাত্ৰীসকল।

পৰিতাপৰ বিষয় এইয়ে যে ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ বিদ্যালয়খনৰ এই অৱস্থাৰ বিষয়ে বহু সময়ত শিক্ষাখণ্ডৰ শিক্ষা বিষয়া গৰাকীক তথা সংশ্লিষ্ট বিভাগটোক অৱগত কৰি অহাৰ পিছতো আজি পৰ্য্যন্ত কোনো বিহিত ব্যৱস্থা হাতত নোলোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd