• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত কৰ’নাৰ সংক্ৰমণ : ২৬ জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2020 6:55 am
3corona1_6

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত দ্ৰুত হাৰত  বৃদ্ধি পাইছে ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ৰাজ্যখনত আৰু এজন COVID-19 পজিটিভ ৰোগীৰ ঘটনা পোহৰলৈ আহিছে।

ইয়াকে লৈ ৰাজ্যখনত এতিয়ালৈকে কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পালে।

Apply Now

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে নিশা টুইটাৰ যোগে নিশ্চিত কৰে যে কাছাৰ জিলাৰ এগৰাকী লোকৰ দেহত COVID-19 পজিটিভ পোৱা গৈছে।

এই ঘটনাৰ পাছত বৰাক উপত্যকাত COVID-19 পজিটিভ পোৱা ৰোগীৰ সংখ্যা দুজনলৈ বৃদ্ধি পালে।

বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাত অসমৰ প্ৰথমটো পজিটিভ ৰোগীৰ ঘটনা পোৱা গৈছিল।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে শনিবাৰে টুইটাৰত কয়: ‘’কাছাৰ জিলাৰ পৰা আৰু এজন COVID-19 পজিটিভ ৰোগীৰ ঘটনা নিশ্চিত হৈছে। অসমত মুঠ আক্ৰান্তৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পালে।‘’

Alert ~ one more #Covid_19 positive case from Cachar District has been confirmed, taking the total number in Assam to 26.

This patient is also related to #NizamuddinMarkaz event in Delhi.

Update at 11.15pm / April 4

— Himanta Biswa Sarma (@himantabiswa) April 4, 2020

মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া মতে শেহতীয়া এই ঘটনাটোও দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাত মাৰ্কাজৰ সৈতে জড়িত।

শনিবাৰে ৰাতিপুৱা স্বাস্থ্য মন্ত্ৰী শৰ্মাই লখিমপুৰ জিলাৰ প্ৰথমগৰাকী COVID-19 পজিটিভ ৰোগী ধৰা পৰাৰ কথা নিশ্চিত কৰিছিল।

লখিমপুৰৰ COVID-19 পজিটিভ ৰোগীজনেও দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাত মাৰ্কাজৰ সমাৱেশত উপস্থিত আছিল বুলি মন্ত্ৰী শৰ্মাই জনাইছিল।

আক্ৰান্ত লোকজন লখিমপুৰ চহৰৰ কে বি ৰোডৰ বাসিন্দা। তেওঁ দিল্লীৰ  তবলিগী জামাত মাৰ্কাজলৈ মাৰ্চৰ প্ৰথমভাগত গৈছিল আৰু যোৱা ২০ মাৰ্চত ঘৰলৈ উভতি আহিছিল।

তেওঁক বৰ্তমান উত্তৰ লখিমপুৰ অসামৰিক হাস্পাতলৰ আইছ’লেশ্যন ৱাৰ্ডত ৰখা হৈছে।

ইয়াৰ পূৰ্বে গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ এগৰাকী বাসিন্দাৰ COVID-19 পজিটিভ ধৰা পৰিছিল আৰু তেওঁক বৰ্তমান এম এম চি হাস্পাতলত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে।

উল্লেখযোগ্য যে, ৩ এপ্ৰিলত ৰাজ্যত মুঠ আঠগৰাকী ব্যক্তি ক’ৰ’নাত আক্ৰান্ত হৈছিল।

৩১ মাৰ্চত ৰাজ্যত প্ৰথমগৰাকী ক’ৰ’না আক্ৰান্ত ব্যক্তি চিনাক্ত হোৱাৰ পাছত মাত্ৰ পাঁচ দিনৰ ভিতৰতে এই সংখ্যাই ২৬ গৰাকী স্পৰ্শ কৰে।

আনহাতে, বৰ্তমানলৈ অসমত ক’ৰ’নাত আক্ৰান্ত হোৱা ২৬ গৰাকী লোকৰ ভিতৰত ২৫গৰাকী লোকৰে দিল্লীৰ নিজামুদ্দিন জামাতত সৈতে সম্পৰ্ক আছিল।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd