• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজস্থানৰ পিছত এইবাৰ সংকট ঘনীভূত পঞ্জাৱ কংগ্ৰেছত!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2020 4:25 pm
amrinder-1200
250
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থানত বিসম্বাদে জুৰুলা কৰা কংগ্ৰেছলৈ শেহতীয়াকৈ সামান্য সুস্থিৰতা আহিছে যদিও দেশৰ আন এখন ৰাজ্য পঞ্জাৱত কংগ্ৰেছৰ ভিতৰ চ’ৰাত চলি থকা ৰাজনৈতিক অৰিয়া-অৰিয়ে ক্ৰমাৎ জটিল ৰুপ ধাৰণ কৰাৰ দিশে অগ্ৰসৰ হৈছে।

কোন মূহুৰ্তত পঞ্জাৱ কংগ্ৰেছত বিসম্বাদীয়ে মহা বিস্ফোৰণ ঘটায় তাৰ কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ বিৰুদ্ধে এতিয়া মুকলি কৈয়ে বিষোদগাৰ প্ৰকাশ কৰিবলৈ লৈছে ৰাজ্য খনৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈ যোৱা সাংসদ প্ৰকাশ সিং বাজোৱাই।

বিশেষকৈ পঞ্জাৱত শেহতীয়াকৈ সংঘটিত বিষাক্ত মদ কাণ্ডৰ পিছৰে পৰা মুখ্যমন্ত্ৰী সিঙৰ সৈতে প্ৰকাশ সিং বাজোৱাৰ সম্পৰ্ক অতি তিক্ত হৈ পৰিছে।

মদ কাণ্ডৰ বাবে সাংসদ গৰাকীয়ে মুখ্যমন্ত্ৰী গৰাকীকে দায়ী কৰাত মুখ্যমন্ত্ৰী সিঙৰ সৈতে সাংসদ বাজোৱাৰ সম্পৰ্কত ফাঁট মেলিছে। মুখ্যমন্ত্ৰী সিঙে ইতিমধ্যে বজোৱাৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছে।

সাংসদ বাজোৱাৰ সৈতে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ অতি ঘনিষ্ঠ সম্পৰ্ক থকাৰ সূত্ৰেই সাংসদ বাজোৱাই এতিয়া ৰাজ্য খনৰ যুৱ বিধায়ক তথা মন্ত্ৰী সকলক নিজৰ পক্ষলৈ অনাত এক প্ৰকাৰ সমৰ্থ হৈছে।

ইতিমধ্যে বাজোৱাৰ লগ লাগিছে আন এগৰাকী কংগ্ৰেছ নেতা ছমচেৰ সিং ডুল্ল’।

দুয়োগৰাকী নেতাই এতিয়া মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ বিৰুদ্ধে আৰম্ভ কৰিছে বিদ্ৰোহ।

এই বিদ্ৰোহেই পঞ্জাৱক ৰাজস্থানৰ দৰে পৰিস্থিতিৰ মুখলৈ ঠেলি দিয়াৰ পূৰ্ণ সম্ভাৱনা থকা বুলি ৰাজনৈতিক বিশেষজ্ঞ মহলে ক’বলৈ আৰম্ভ কৰিছে।

Recent News

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd