DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত চাৰি ক’ভিড-১৯ আক্ৰান্তক লৈ ব্যাপক বিভ্ৰান্তি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 8, 2020 1:55 am
Manipur registers 3rd COVID19 positive case

প্ৰতিনিধিত্বমূলক ছবি

4.8k
VIEWS
Share on FacebookShare on Twitter

চাৰিগৰাকী ব্যক্তি বৃহস্পতিবাৰে গুৱাহাটীত ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হোৱাৰ পিছতে বিষয়টোক লৈ ব্যাপক বিভ্ৰান্তি হোৱা পৰিলক্ষিত হৈছে।

বিভিন্ন সংবাদ মাধ্যমত এই লৈ বিভিন্ন বাতৰি প্ৰকাশ হৈছে। চ’চিয়েল মিডিয়াতো ইয়াক লৈ বেলেগ বেলেগ চৰ্চা হৈছে।

ডি ৱাই ৩৬৫ৰ এক বাতৰিত বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানৰ এগৰাকী ৰোগীক মৃত্যুৰ পিছত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে বুলি কোৱা হৈছে।

নিউজ লাইভৰ বাতৰিটো এগৰাকী ১৬ বছৰীয়া ছোৱালীৰ মৃত্যুৰ পিছত ক’ভিড-১৯ পজিটিভ পোৱা বুলি প্ৰকাশ পাইছে।

ডি ৱাই ৩৬৫ৰ বাতৰি মতে গুৱাহাটীত আক্ৰান্তসকলৰ মাজত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ এগৰাকী চিকিৎসকো আছে।

চানমাৰিৰ এগৰাকী মহিলা স্বাস্থ্য কৰ্মীও ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি প্ৰকাশ পাইছে।

আনহাতে সৰুসজাই কুৱাৰেণ্টাইন কেন্দ্ৰত থকা এগৰাকীকো ক’ভিড-১৯ পজিটিভ পোৱা বুলি বাতৰি ওলাইছে।

বিষয়টোক লৈ বহু সাংবাদিকে তথ্য আৰু জনসংযোগ বিভাগৰ হোৱাটএপ গ্ৰুপতো বাৰ্তা দি আছে যদিও কোনো উত্তৰ পোৱা হোৱা নাই।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কৰা টুইট মতে চাৰিগৰাকী ক’ভিড-১৯ আক্ৰান্তৰ তিনিগৰাকী গুৱাহাটীৰ আৰু এগৰাকী বাহিৰৰ পৰা অহা আৰু তেওঁ কুৱাৰেণ্টাইনত থকা।

Alert ~ 4 persons in Guwahati test #COVID19 + One of them have come from outside Assam, and is in hone quarantine,while 3 are from Guwahati.

↗️#COVID19 patients in Assam now stands at 53.

↗️Active cases 18
↗️Discharged 34
↗️Death 1

Update at 10.10 pm / May 7#AssamCovidCount

— Himanta Biswa Sarma (@himantabiswa) May 7, 2020

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ কৰা টুইটতো এই বিষয়ে উল্লেখ কৰা নাই।

Tags: COVID-19

Recent News

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Rhino found dead

গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd