DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলক শুভেচ্ছা জনাই কেজৰিৱালৰ “অনুৰোধ”ৰ ফান্দত মোদী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2019 9:40 pm
Congratulating Arunachal Pradesh on 'Statehood Day', Modi faces Kejriwal's 'request'

মোদী আৰু কেজৰিৱাল। ছবি সৌজন্য-- India Today|

699
VIEWS
Share on FacebookShare on Twitter

“ৰাজ্যপ্ৰাপ্তি দিৱস” (Statehood Day)ত অৰুণাচল প্ৰদেশক শুভেচ্ছা জনাই দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱালৰ “অনুৰোধ”ৰ ফান্দত পৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

মোদীৰ শুভেচ্ছামূলক টুইটৰ পিছতে বুধবাৰে দিল্লীক সম্পূৰ্ণ ৰাজ্যৰ মৰ্য্যাদা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰধান মন্ত্ৰীক সোঁৱৰাই দিছে মুখ্য মন্ত্ৰীজনে।

“ছাৰ। দিল্লীও ইয়াৰ ষ্টে’টহুদ দে’ৰ অপেক্ষাত আছে। আপুনি দিল্লীবাসীক প্ৰতিশ্ৰুতি দিছিল যে আপুনি দিল্লীক পূৰ্ণাংগ ৰাজ্যৰ মৰ্য্যাদা দিব। দয়া কৰি এইটো কৰক। দিল্লীবাসীয়ে এতিয়ালৈকে ৭০ বছৰ অন্যায়ৰ মুখামুখি হৈ আহিছে,” পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই প্ৰধান মন্ত্ৰী মোদীলৈ টুইট কেজৰিৱালৰ।

Sir. Delhi is also waiting for its statehood day. U had promised to the people of Delhi that you wud grant full statehood to Delhi. Kindly do it sir. People of Delhi have faced injustice for 70 years now. https://t.co/qj9AyIrL8X

— Arvind Kejriwal (@ArvindKejriwal) February 20, 2019

বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবৰ্দ্ধনকে ধৰি বিজেপিৰ কেইবাজনো শীৰ্ষ নেতাই এই সন্দৰ্ভত বিভিন্ন সময়ত দিয়া প্ৰতিশ্ৰুতিৰ ভিডিঅ’সমূহো ৰাজহুৱা কৰিছে মুখ্য মন্ত্ৰী কেজৰিৱালৰ লগতে শাসকীয় দল আম আদমি পাৰ্তিয়ে।

BJP MP @drharshvardhan supports the demand of full statehood for Delhi. (2014)

RT & Share if you agree with Dr. Harshvardhan#FullStatehood #DelhiGovtVsCentre pic.twitter.com/apUBdeFd5p

— AAP (@AamAadmiParty) February 20, 2019

বুধবাৰে উত্তৰ-পূবৰ দুই ৰাজ্য অৰুণাচল প্ৰদেশ আৰু মিজোৰামে ৩৩সংখ্যক ৰাজ্যপ্ৰাপ্তি দিৱস উদযাপন কৰিছে।

Recent News

Bihar Nitish Kumar

বিহাৰত আজি শাসনলৈ ‘মহাজোঁট’ৰ নতুন চৰকাৰ: মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’ব নীতিশ কুমাৰে

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

ছয়গাঁৱত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd