• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ বাবে শুভ লক্ষণ নহয় কংগ্ৰেছ-এ আই য়ু ডি এফৰ মিত্ৰতা : প্ৰশান্ত ফুকন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2019 1:30 pm
Prasanta Phukan

প্ৰশান্ত ফুকন। ফটো উৎস : ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু এ আই য়ু ডি এফ দলৰ মাজত গোপন মিত্ৰতা গঢ়ি উঠা বুলি ৰাজনৈতিক মহলত ব্যাপক ৰূপত চৰ্চিত হৈ থকাৰ সময়তে এই মিত্ৰতা অসমৰ বাবে অশনি সংকেত বুলি মন্তব্য কৰিছে বিজেপি বিধায়ক প্ৰশান্ত ফুকনে।

ডিব্ৰুগড়ৰ বিধায়ক ফুকনে এই প্ৰসংগত কয়, ‘এতিয়া আৰু কংগ্ৰেছ-এ আই য়ু ডি এফৰ মিত্ৰতা গোপন হৈ থকা নাই। দুয়ো দলৰ মিত্ৰতা অসমৰ বাবে অশুভ’।

Apply Now

একমাত্ৰ ক্ষমতাৰ খক তথা কলিয়াবৰ সমষ্টিৰ পৰা সাংসদ হিচাপে যাতে পুনৰ এবাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ নিৰ্বাচিত হয় সেই কথা লক্ষ্য ৰাখিয়েই কংগ্ৰেছ দলে এ আই য়ু ডি এফৰ সৈতে হাত মিলাইছে বুলিও বিধায়কগৰাকীয়ে মন্তব্য কৰে।

আনহাতে তৰুণ গগৈ আৰু বদৰুদ্দিন আজমলৰ মাজত হোৱা এই মিত্ৰতাই অসমখনক দ্বিতীয় কাশ্মীৰ বনোৱাৰ ক্ষেত্ৰত সহায়ক হ’ব বুলিও মন্তব্য কৰে বিধায়ক ফুকনে। তদুপৰি বদৰুদ্দিন আজমল সন্দৰ্ভত পূৰ্বে আক্ৰমণাত্মক হোৱা তৰণ গগৈয়ে এতিয়া গ্ৰহণ কৰা নৰম স্থিতি সন্দৰ্ভত কয় যে তৰুণ গগৈৰ গাত লাচিতৰ তেজ আছে নে নাই ক’ব নোৱাৰি কিন্তু বদনৰ যে তেজ আছে সেই কথা এতিয়া স্পষ্ট হৈ পৰিছে।

উল্লেখ্য যে এইবাৰৰ লোকসভা নিৰ্বাচনত এ আই য়ু ডি এফে ধুবুৰী, কৰিমগঞ্জ আৰু বৰপেটা আসনতহে প্ৰতিদ্বন্দ্বিতা কৰিব। এই কথা যোৱা ২৫ মাৰ্চত সংবাদমেল যোগে দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে জানিবলৈ দিছিল।

দলটোৰ এই ঘোষণাৰ পিছৰে পৰা বিষয়টোৱে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰি আছে। এ আই য়ু ডি এফৰ এনে সিদ্ধান্ত কংগ্ৰেছৰ সৈতে হোৱা ভিতৰুৱা বুজাবুজিৰ ফলশ্ৰুতি বুলি বিজেপিৰ লগতে আন আন বিৰোধী ৰাজনৈতিক দলসমূহে মন্তব্য কৰিছে।

আনহাতে কংগ্ৰেছে এই অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰাৰ লগতে কংগ্ৰেছৰ বিৰুদ্ধে এয়া অপপ্ৰচাৰ বুলিহে মন্তব্য কৰে।

এইখিনিতে মন কৰিব লগীয়া যে বিগত লোকসভা নিৰ্বাচনত এ আই য়ু ডি এফ দলে কংগ্ৰেছৰ ভোট ভঙাৰ লগতে বহু কেইটা সমষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সেই পৰিসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই য়ু ডি এফ দলে ভিতৰুৱাকৈ বুজাবুজি কৰা বুলি ৰাজনৈতিক বিশ্লেষকসকলে সন্দেহ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd