DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ তিনিটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা; পশ্চিম গুৱাহাটীত কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 18, 2021 6:41 am
Congress-750x375
375
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ হাজোকে ধৰি তিনি সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে। হাজো সমষ্টিত আনোৱাৰ হুছেইন, পশ্চিম গুৱাহাটী সমষ্টিত ন কংগ্ৰেছী মীৰা বৰঠাকুৰ আৰু বৰপেটাত আব্দুৰ ৰহিম আহমেদক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

পূব গুৱাহাটী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল মীৰা বৰঠাকুৰে। কিন্তু সমষ্টিটোত অসীমা বৰদলৈক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে প্ৰদেশ কংগ্ৰেছে।

ইপিনে পশ্চিম গুৱাহাটী সমষ্টিত গায়ক তথা ন কংগ্ৰেছী বাবু বৰুৱা প্ৰাৰ্থীৰ বাবে দাবীদাৰ আছিল যদিও বিসম্বাদ হোৱাৰ ভয়তে সমষ্টিটোত কংগ্ৰেছে মীৰা বৰঠাকুৰক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে।

অৱশ্যে সমষ্টিটোত বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী  তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগত মীৰা বৰঠাকুৰ যুজঁখন কিমান আকৰ্ষণীয় হৈ উঠে সেয়া সময়ত লক্ষণীয় হ’ব।

ইপিনে হাজোত প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলু আহমেদক পৰাভূত কৰিবৰ বাবেই কংগ্ৰেছে আনোৱাৰ হুছেইনক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বুলি সূত্ৰত প্ৰকাশ।

বৰপেটাত প্ৰাক্তন আমছু নেতা তথা পূৰ্বে সমষ্টিটোৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে পৰাজিত হোৱা আব্দুৰ ৰহিম আহমেদকে প্ৰাৰ্থিত্ব দিয়া হৈছে।

Recent News

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Naughtiest Wedding Pictures

বিবাহ অনুষ্ঠানৰ কেইখনমান আলোড়নকাৰী ফটো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd