• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

থাওৰা সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছ-বিজেপি-অগপ

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
November 16, 2018 1:10 pm
Panchayat-elections-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান ৰাজ্যৰ চৌদিশে পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহে বিভিন্ন তৎপৰতা প্ৰদৰ্শন কৰি থকাৰ লগতে এই ক্ষেত্ৰত পিছ পৰি থকা নাই ৰাজ্যৰ অন্যতম থাওৰা সমষ্টিও। সমষ্টিটোৰ ২০খন পঞ্চায়ততে বিজেপিয়ে সাফল্য লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে।

এইকেইদিনত সমষ্টিৰ বিজেপি দলৰ বিষয়ববীয়া তথা কৰ্মীসকলে ঘৰে ঘৰে গৈ ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা চলোৱাৰ লগতে বিভিন্ন বৈঠকত মিলিত হোৱাও পৰিলক্ষিত হৈছে।

Apply Now

ইয়াৰ বিপৰীতে সমষ্টিটোৰ একাংশ ৰাজনৈতিক বিশ্লেষকে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে অসমত বলপূৰ্বকভাৱে জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬, পেট্ৰল ডিজেল তথা নিত‍্য ব্যৱহৃত সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধি, জিএছটি , অসহিষ্ণুতা আদি কাৰকে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত বিৰূপ প্ৰভাৱ পেলাব বুলি মন্তব্য কৰিছে।

ইফালে প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অগপও থাওৰা সমষ্টিটোৰ ৪খন জিলা পৰিষদৰ লগতে ২০ খন গাঁও পঞ্চায়তত নিজাকৈ প্ৰাৰ্থী থিয় কৰায় নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। অগপৰ থাওৰা সমষ্টি সমিতিৰ সভাপতি লীলাজ্যোতি ফুকন, প্ৰাক্তন আছুনেতা তথা অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক প্ৰণৱ চেতিয়া, প্ৰাক্তন আছুনেতা তথা শিৱসাগৰ জিলা সমিতিৰ সম্পাদক কুশল দত্ত, প্ৰাক্তন আছুনেতা তথা অগপ নিতাইপুখুৰী আঞ্চলিক সমিতিৰ অন্যতম বিষয়ববীয়া জিতুমণি গগৈৰ নেতৃত্বত দিলটোৱে সমষ্টিটোত যুঁজিবলৈ সাজু হৈছে।

আনহাতে ২০১০ত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত থাওৰাৰ প্ৰাক্তন বিধায়ক সুসান্ত বৰগোহাঁইৰ নেতৃত্বত কংগ্ৰেছ দলে ১৬ খন পঞ্চায়ত দখল কৰাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ ৪ খন পঞ্চায়তহে লাভ কৰিছিল। সেই দিশলৈ লক্ষ্য কৰিলে কংগ্ৰেছ দলেও সমষ্টিটোত আন আন দলসমূহক যথেষ্ট প্ৰত্যাহ্বান আগবঢ়োৱাটো খাটাং।

তিনিওটা দলৰ প্ৰস্তুতি তথা শক্তিশালী ভোটাৰৰ সংখ্যালৈ লক্ষ্য কৰিলে আগন্তুক পঞ্চায়ত নিৰ্বাচনত থাওৰা সমষ্টিত যে এক আকৰ্ষণীয় যুঁজ হ’ব সেইয়া নিশ্চিত।

হিতোজ্বল চেতিয়া

হিতোজ্বল চেতিয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am
চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

August 14, 2026 8:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd