DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 12, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

CAB ৰ বিৰোধিতাৰে ৰাজ্যসভাৰ শূন্যকাল বৰ্জন কংগ্ৰেছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2019 7:52 pm
Rajya Sabha

ৰাজ্যসভা

751
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বৃহস্পতিবাৰে কংগ্ৰেছে ৰাজ্যসভাৰ শূন্য কাল বৰ্জন কৰে।

‘‘আমি আজি ৰাজ্যসভাৰ শূন্যকাল বৰ্জন কৰিছো। মই অধ্যক্ষৰ পৰা অসমৰ পৰিস্থিতিৰ বিষয়ে কোৱাৰ বাবে সময় বিচাৰিছিলো কিন্তু মোক সময় নিদিলে,’’ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বুলিও বৰাই কয়।

‘‘অসমত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। অসমত বৰ্তমান কোনোধৰণৰ চৰকাৰ নাই আৰু অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বিজেপি চৰকাৰ জগৰীয়া,’’ ৰিপুন বৰাই লগতে কয়।

শৰনাৰ্থীক ভাৰতীয় নাগৰিকত্ব দিয়াৰ নতুন তাৰিখৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।

বিজেপিক সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে, বিজেপিয়ে কংগ্ৰেছক সমালোচনা কৰে কিন্তু বৰ্তমান ৰাজ্যৰ গুৰুতৰ পৰিস্থিতিৰ বাবে বিজেপি আৰু আৰ এছ এছ দায়ী।

আন এগৰাকী কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক অসাংবিধানিক আখ্যা দিয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ ফলত অসমৰ খিলঞ্জীয়া জনসাধাৰণ সংখ্যালঘুত পৰিণত হ’ব বুলিও বৰদলৈয়ে কয়।

বিজেপিয়ে প্ৰতিবাদকাৰীৰ মাজত তৃতীয় শক্তিক জড়িত কৰি প্ৰতিবাদ কাৰ্য্যসূচীক হিংসাত্মক ৰূপ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সাংসদ গৰাকীয়ে।

অসমৰ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে বুলি কৈ চৰকাৰক কঠোৰ সমালোচনা কৰে।

Recent News

নৰ্থ ইষ্ট নাওৰ বাতৰি প্ৰভাৱ: জীৰমিকা তিমুংপিৰ সন্ধান লাভ কৰি নগাঁওৰ পৰা লৈ গ’ল বায়েক গ্ৰেছলিয়ে

নৰ্থ ইষ্ট নাওৰ বাতৰি প্ৰভাৱ: জীৰমিকা তিমুংপিৰ সন্ধান লাভ কৰি নগাঁওৰ পৰা লৈ গ’ল বায়েক গ্ৰেছলিয়ে

দল আৰু চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হিতাধিকাৰী ব্যৱস্থা বন্ধ হওক; সৰ্বোচ্চ আদালতৰ সিদ্ধান্তক আদৰণি মানৱ অধিকাৰ কর্মীৰ

দল আৰু চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হিতাধিকাৰী ব্যৱস্থা বন্ধ হওক; সৰ্বোচ্চ আদালতৰ সিদ্ধান্তক আদৰণি মানৱ অধিকাৰ কর্মীৰ

independence day Hiren Gohain

ৰাষ্ট্ৰৰ মালিক যেন জনসাধাৰণ নহয়, ক্ষমতাশালী মহলহে যেন ইয়াৰ মালিক! মন্তব্য ড০ হীৰেন গোহাঁইৰ

Shashi Tharoor: কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অফ অনাৰ’

Shashi Tharoor: কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অফ অনাৰ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd