• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পৰৱৰ্তী শুনানি পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰিব ‘বন্ধ’ একাউণ্টঃ কংগ্ৰেছক সকাহ কৰ ন্যায়াধিকৰণৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2024 3:17 pm
Congress frozen accounts
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত আয়কৰ বিভাগৰ ৰোষত পৰিছে কংগ্ৰেছ। আজি পুৱাৰ ভাগত যুৱ কংগ্ৰেছকে ধৰি দলটোৰ মূল বেংক একাউণ্টসমূহ বন্ধ কৰি দিছে আয়কৰ বিভাগ।

অৱশ্যে দলটোৱে এই পদক্ষেপক তাৎক্ষণিকভাৱে প্ৰত্যাহ্বান জনায় আৰু আয়কৰ আপীল ন্যায়াধিকৰণে অহা সপ্তাহত চূড়ান্ত শুনানি নোহোৱা পৰ্যন্ত একাউণ্টসমূহ ব্যৱহাৰৰ অনুমতি দি সকাহ প্ৰদান কৰে।

Apply Now

কংগ্ৰেছৰ কোষাধ্যক্ষ অজয় মাকেনে পুৱা এক সংবাদ মেল যোগে আয়কৰ বিভাগৰ পদক্ষেপৰ বিষয়ে সদৰী কৰি এনে কাৰ্যক গণতান্ত্ৰিক প্ৰক্ৰিয়াত এক মোক্ষম আঘাত হিচাপে অভিহিত কৰে।

বন্ধ কৰি দিয়া একাউণ্টসমূহত ১১৫ কোটি টকা থকা বুলি উল্লেখ কৰি মাকেনে আয়কৰ বিভাগৰ এই পদক্ষেপৰ ফলত দলটোৰ খৰচৰ কোনো ধন নাথাকিব বুলি আক্ষেপ কৰিছিল।

মাকেনে এন পদক্ষেপক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু কৌশলগতভাৱে সময় নিৰ্ধাৰণ কৰি দলৰ নিৰ্বাচনী প্ৰস্তুতিত ব্যাঘাত জন্মাই প্ৰধান বিৰোধী দলটোক বশ কৰাৰ প্ৰচেষ্টা বুলি লগতে দাবী কৰে।

ইফালে দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘ক্ষমতাৰ মদিৰা পান কৰি’ মোদী চৰকাৰে লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে দেশৰ সৰ্ববৃহৎ বিৰোধী দলটোৰ একাউণ্ট বন্ধ কৰিছে বুলি মন্তব্য কৰে।

এয়া গণতন্ত্ৰৰ প্ৰতি এক গভীৰ আঘাত বুলি উল্লেখ কৰি খৰ্গেই এনে কাৰণতে ভৱিষ্যতে কোনো নিৰ্বাচন নহ’ব বুলি সকীয়াই দিয়ে। দেশৰ বহুদলীয় ব্যৱস্থা আৰু ভাৰতৰ গণতন্ত্ৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত ন্যায়পালিকাৰ ওচৰত আবেদন জনোৱা বুলি তেওঁ লগতে উল্লেখ কৰে।

খৰ্গেৰ মতে, দেশত বিজেপিয়ে যি অসাংবিধানিক ধন সংগ্ৰহ কৰিছে সেয়া নিৰ্বাচনত ব্যৱহাৰ কৰা হ’ব, কিন্তু ক্ৰাউডফাণ্ডিঙৰ জৰিয়তে কংগ্ৰেছে সংগ্ৰহ কৰা ধন ছীল কৰা হ’ব। ৰাজপথলৈ ওলাই আহি কংগ্ৰেছে এই অন্যায় আৰু একনায়কত্ববাদৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজিব বুলি খৰ্গেই লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd