• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইৰ মনোনয়ন পত্ৰ স্থগিত : আজি সন্ধিয়া নিৰ্ণয় হ’ব ভাগ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2019 2:24 pm
1-1-1140x570

যোৱা ২২ তাৰিখে লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী অনিল বৰগোঁহায়ে মনোনয়ন দাখিল কৰাৰ সময়ত।

832
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ বাবে দুখজনক খৱৰ। লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইৰ মনোনয়ন পত্ৰ মঙলবাৰে পৰীক্ষা কৰাৰ সময়ত ধৰা পৰা বিসংগতিৰ বাবে স্থগিত ৰখা হয়। নিৰ্বাচনী বিষয়াই গ্ৰহণযোগ্য নথিৰ বিসংগতিৰ বাবে তেওঁৰ মনোনয়ন পত্ৰ বুধবাৰৰ সন্ধিয়া ৫ বজালৈ স্থগিত কৰি ৰাখে।

আনহাতে, বৰগোঁহাইক বুধবাৰে ৫ বজাৰ ভিতৰত গ্ৰহণযোগ্য নথি দাখিল কৰিবলৈ কোৱা হৈছে। ইয়াৰ পাছতহে তেওঁৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰা হ’ব নে বাতিল কৰা হ’ব সেই বিষয়ে জনোৱা হ’ব বুলি নিৰ্বাচনী বিষয়াই জানিবলৈ দিয়ে।

ইপিনে, কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰ স্থগিত ৰখা বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক ভূপেন বৰাই দেশৰ গণতান্ত্ৰিক সংস্থাসমূহক নিয়ন্ত্ৰণ কৰা বুলি বিজেপিক সমালোচনা কৰে।

উল্লেখযোগ্য যে তেজপুৰত বহুজন মুক্তি পাৰ্টি আৰু অল ইণ্ডিয়া হিন্দুস্তান কংগ্ৰেছৰ প্ৰাৰ্থী দুগৰাকীৰ মনোনয়ন পত্ৰ নিৰ্বাচনী বিষয়াই বাতিল কৰিছে।

লখিমপুৰত কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইৰ মনোনয়ন পত্ৰ বাতিল হ’লে দলটোৰ বাবে ই এক মোক্ষম আঘাত হ’ব। আনহাতে, সেয়ে হ’লে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ বাবে বিজয়ৰ দুৱাৰ উন্মুক্ত হৈ পৰিব।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd