DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

ভাৰত জোড়ো যাত্ৰা সামৰণি অনুষ্ঠানত যোগ দিয়াৰ আহ্বানেৰে বিৰোধীৰ ২১ টা দলৰ সভাপতিলৈ পত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2023 8:38 pm
Bharat Jodo Yatra
90
VIEWS
Share on FacebookShare on Twitter

চাৰি মাহ অতিক্ৰম কৰি যোৱা ৰাহুল গান্ধীৰ নেতৃত্বত চলিত ভাৰত জোড়ো যাত্ৰা প্ৰায় সমাপ্তিৰ দিশে আগবাঢ়িছে। ৮ ছেপ্টেম্বৰত আৰম্ভ হোৱা এই পদযাত্ৰা ৩০ জানুৱাৰীত কাশ্মীৰৰ শ্ৰীনগৰত সামৰণি পৰিব।

যাত্ৰাৰ সময়ত বিপুল জনসমৰ্থনৰ লগতে বিৰোধীৰ সমৰ্থনো লাভ কৰিছে কংগ্ৰেছ। গতিকে ৩০ জানুৱাৰীত শ্ৰীনগৰত অনুষ্ঠিত ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানত যোগদানৰ বাবে দেশৰ ২১ টা বিৰোধী দলৰ সভাপতিক আমন্ত্ৰণ জনাইছে কংগ্ৰেছে।

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই পত্ৰ যোগে বিৰোধী দলসমূহৰ সভাপতিসকলক ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে।

এই সন্দৰ্ভত খৰ্গেই কয়, “যাত্ৰাৰ আৰম্ভণিৰে পৰা আমি সহমত পোষণ কৰা প্ৰতিগৰাকী ভাৰতীয়ক অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছো। ৰাহুল গান্ধীৰ আমন্ত্ৰণত কেইবাটাও ৰাজনৈতিক দলৰ সাংসদেও বিভিন্ন পৰ্যায়ত এই যাত্ৰাত যোগ দিছে।”

“মই এতিয়া আপোনালোকক ৩০ জানুৱাৰীত দুপৰীয়া শ্ৰীনগৰত অনুষ্ঠিত হ’বলগীয়া ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানত ব্যক্তিগতভাৱে যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছো।’-মল্লিকাৰ্জুন খৰ্গেই লগতে কয়।

তেওঁ লগতে কয়, “ঘৃণা আৰু হিংসাৰ মতাদৰ্শৰ বিৰুদ্ধে অক্লান্ত সংগ্ৰামত ৩০ জানুৱাৰীতে প্ৰাণ হেৰুওৱা মহাত্মা গান্ধীৰ স্মৃতিত এই অনুষ্ঠানটো উচৰ্গা কৰা হৈছে।”

পত্ৰখনত কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে লগতে এই যাত্ৰাই বিৰোধীৰ কণ্ঠক দেশৰ জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰাত সহায় কৰিছে বুলিও দাবী কৰে।

“এই সময়ত যেতিয়া সংসদ আৰু সংবাদ মাধ্যমত বিৰোধীৰ কণ্ঠ দমন কৰা হৈছে, তেনে সময়তে যাত্ৰাই লাখ লাখ লোকৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছে।”— খৰ্গেই কয়।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd