• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছোনিয়া গান্ধীক ‘’ধাক্কা মাৰি‘’ ইটালীলৈ পঠাব লাগে; বিজেপি নেত্ৰী ৰেনুকা সিঙৰ মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2023 10:01 am
বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰেনুকা সিং। ফটোঃ সংগ্ৰহীত।

বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰেনুকা সিং। ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক আক্ৰমণৰ পৰ্যায় তীব্ৰতৰ হৈ পৰিছে। নেতাসকলে ইজনে সিজনৰ ওপৰত অভিযোগ-প্ৰত্যাভিযোগ আৰম্ভ কৰিছে। ছত্তীশগড়ত বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰেনুকা সিঙে ছোনিয়া গান্ধীক লৈ অতি অশালীনভাৱে বিতৰ্কিত বক্তব্য প্ৰদান কৰিছে। তেওঁ কয় যে ছোনিয়া গান্ধীক ‘’ধ্বাকা মাৰি’’ ইটালীলৈ পঠিয়াব লাগে। তেওঁৰ বক্তব্যত ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ।

দৰাচলতে মঙলবাৰে ছত্তীশগড়ৰ ভৰতপুৰ সোণহাট বিধানসভাৰ বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰেনুকা সিঙে স্থানীয় আৰু বাহিৰৰ প্ৰাৰ্থীৰ অভিযোগক লৈ কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভানেত্ৰী ছোনিয়া গান্ধীৰ ভাৰতত থকাকলৈ পোনপটীয়াকৈ প্ৰশ্ন উত্থাপন কৰে।

তেওঁ কয় যে তেওঁলোকে (কংগ্ৰেছে) ছোনিয়া গান্ধীক ‘’ধ্বাকা মাৰি’’ ইটালীলৈ পঠিয়াই দিব লাগে আৰু তাৰ পিছত মোক প্ৰশ্ন কৰিব লাগে। তেওঁলোকে চাব লাগে যে তেওঁলোকৰ ঘৰটো কাঁচ নে কংক্ৰিটৰ। ইয়াৰ পিছত আনক প্ৰশ্ন কৰা উচিত।

Apply Now

লগতে পঢ়কঃ ১৪ বছৰৰ পাছত মৃত সাংবাদিকে পালে ন্যায় : সৌম্য বিশ্বনাথনক হত্যাৰ দোষত ৫ জনক দোষী সাব্যস্ত আদালতৰ 

বিজেপি নেত্ৰীগৰাকীয় কয় যে অবিভক্ত কোৰিয়া জিলা মোৰ মাতৃৰ ঘৰ। মোৰ দেউতাই জনকপুৰত কাম কৰে। এই অঞ্চললৈ মই বহুবাৰ আহিছো। ভৰতপুৰ সোণহাটৰ ৰাইজ মোৰ বিষয়ে অজ্ঞাত নহয় আৰু ইয়াত সমস্যাৰ বিষয়ে মই সম্পূৰ্ণৰূপে অৱগত। এইয়া মোৰ মাটি, ইয়াৰ বতাহ আৰু পানীয়ে মোক শক্তি দিছে।

কংগ্ৰেছে বিজেপিৰ এই বক্তব্যক সনাতন সংস্কৃতিক অপমান বুলি অভিহিত কৰিছে। এই বক্তব্যৰ বিৰুদ্ধে আপত্তি জনাই কংগ্ৰেছৰ ৰাজ্যিক সভাপতি দীপক বৈজে কয় যে ৰেণুকা সিঙে তেওঁৰ বক্তব্যৰ জৰিয়তে ভাৰতীয় সংস্কৃতিক লৈ গৌৰৱ কৰা কিন্তু ভাৰতৰ ভাৰতীয় পৰম্পৰা আৰু মূল্যবোধৰ বিৰুদ্ধে বক্তব্য দিয়া বিজেপিৰ মৌলিক নাৰীবিৰোধী চৰিত্ৰও উদঙাই দিছে।

তেওঁ কয় যে ৰেণুকা সিঙে কেৱল দেশবাসীৰ ওচৰতে নহয়, ছোনিয়া গান্ধীৰ লগতে দেশৰ মহিলাসকলৰ ওচৰতো ক্ষমা খুজিব লাগে।

তদুপৰি দীপক বৈজে লগতে কয় যে ৰেণুকা সিঙে হিন্দু সংস্কৃতিক অপমান কৰিছে। সনাতন পৰম্পৰাত, ভাৰতীয় সংস্কৃতিত বিবাহিত মহিলাৰ শহুৰেকৰ ঘৰখন বিয়াৰ পিছতে তেওঁৰ মূল ঘৰ হৈ পৰে। ইটালীত জন্মগ্ৰহণ কৰিলেও ছোনিয়া গান্ধী কিন্তু বিয়া পাতি ভাৰতলৈ আহিছিল।

লগতে পঢ়কঃ‘পত্নীয়ে ৰান্ধিব নজনাটো কোনো নিষ্ঠুৰতা নহয়’- বিবাহ বিচ্ছেদ বিচৰাৰ কাৰণ শুনি ক’লে আদালতে

বৈজে কয় যে বিয়াৰ পিছত তেওঁ ভাৰতকেই নিজৰ মাতৃভূমি বুলি গণ্য কৰিছে। স্বামী শ্বহীদ হোৱাৰ পাছতো তেওঁ এগৰাকী বিবাহিত মহিলাৰ কৰ্তব্য পালন কৰি ভাৰতৰ সৈতে আজীৱন সম্পৰ্ক বজাই ৰাখিছে। ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদ নাকচ কৰি প্ৰমাণ কৰিছে যে পদ তেওঁৰ বাবে গুৰুত্বপূৰ্ণ নহয়। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd