• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ বিজয়ত উল্লাস কংগ্ৰেছী গৌতমৰ : অস্বস্তিত কংগ্ৰেছ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 26, 2019 5:26 pm
WhatsApp-Image-2019-05-24-at-2.19.14-PM

ফটো উৎস : বৰাক বুলেটিন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰাকৰ অবিসম্বাদী কংগ্ৰেছ নেতা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে বিজেপিৰ বিজয়ত মুকলিভাৱে উল্লাস প্ৰদৰ্শন কৰা বিষয়কলৈ অস্বস্তিত পৰিছে কংগ্ৰেছ। বৰাকৰ দুখন আসনত বিজেপি জয়ী হোৱাৰ পাছত গৌতম ৰয়ে মিঠাই খুৱাই, ফাকু খেলি আনন্দত আত্মহাৰা হোৱা ঘটনাৰ তদন্তৰ কৰাৰ কথা সদৰী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

অৱশ্যে, গৌতম ৰায়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দায় প্ৰদেশ কংগ্ৰেছে হাইকামাণ্ডলৈ ঠেলিছে। ইপিনে, পূৰ্বৰে পৰা বিজেপিৰে সু-সম্পৰ্ক বজাই ৰখা বুলি গৌতম ৰয় বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছে। বিজেপিৰ বিজয়ৰ মুহূৰ্তত নেতা গৰাকীয়ে ‘জয় শ্ৰীৰাম’ ধ্বনি দিয়াৰ বিষয়টোৱেও ছচিয়েল মিডিয়াৰ লগতে বিভিন্ন মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।

Apply Now

এই সন্দৰ্ভত বৰাকৰ ‘গ্লেমাৰ বয়’ ৰূপে পৰিচিত গৌতম ৰয়ে ব্যক্ত কৰিছে যে ভগবান ৰামক স্মৰণ কৰাটো কোনো দলৰ শ্ল’গান বুলি তেওঁ নাভাৱে। সনাতন ধৰ্মৰ যিকোনো লোকেই ভগৱান ৰামচন্দ্ৰক স্মৰণ কৰিব পাৰে। হিন্দু লোকৰ ঘৰত ভগৱান ৰামচন্দ্ৰ পূজিত হয়, তাত আনলোকৰ আপত্তি কিয়?

তদুপৰি, ৰয়ে কয় যে আন কিছুমান ৰাজনৈতিক দলে ‘ভাৰত মাতা কি জয়’ বুলি ক’বলৈ কুণ্ঠাবোধ কৰে। ইয়াৰ কি কাৰণ থাকিব পাৰে? ‘আমি যদি ভাৰত দেশমাতৃৰ সন্তান হওঁ তেনেহ’লে তাৰ জয়ধ্বনি কিয় নিদিম।‘

এই সকলোবোৰ তেওঁৰ ব্যক্তিগত মন্তব্য বুলি উল্লেখ কৰি গৌতম ৰয়ে ‘জয় শ্ৰীৰাম’ আৰু ‘ভাৰত মাতা কি জয়’ ধ্বনি দিয়াটো তেওঁৰ জন্মগত অধিকাৰ বুলিও স্পষ্ট কৰি তেওঁ এই ধ্বনি আজীৱন দি যাব বুলি সদৰী কৰে।

গৌতম ৰয়ৰ এনে মন্তব্যই স্বাভাৱিকতে কংগ্ৰেছক অস্বস্তিত পেলাইছে যদিও বৰ্তমান নিৰ্বাচনী পৰাজয়ত হালি পৰা দলটো কাৰোবাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ ল’ব পৰা স্থিতি এতিয়াও অহা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd