• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘টুকুৰা গেং’ আৰু ‘আৰ্বান নক্সাল’ৰ দ্বাৰা পৰিচালিত হৈছে কংগ্ৰেছ : প্ৰধানমন্ত্ৰী মোদী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 21, 2024 8:48 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰিছিল যে আৰ্বান নক্সালৰ লগত সম্পৰ্ক আছে কংগ্ৰেছ দলৰ। নৰেন্দ্ৰ মোদীৰ এই বক্তব্যই যোৱা বছৰ চৰ্চা লাভ কৰাৰ লগত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল।

এইবাৰ পুন নৰেন্দ্ৰ মোদীয়ে অনুৰূপ বক্তব্য প্ৰদান কৰি কংগ্ৰেছক আক্ৰমণ কৰিছে। আহি আছে দেশৰ কেইবাখনো ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচন। তাৰ পূৰ্বে পুনৰ কংগ্ৰেছক লক্ষ্য কৰি লৈছে নৰেন্দ্ৰ মোদীয়ে।

Apply Now

নৰেন্দ্ৰ মোদীয়ে কয়, “যি কংগ্ৰেছৰ সৈতে এসময়ত মহাত্মা গান্ধীৰ দৰে মহান ব্যক্তি জড়িত আছিল, সেই কংগ্ৰেছ এতিয়া টুকুৰা টুকুৰ হেং আৰু আৰ্বান নক্সালৰ দ্বাৰা পৰিচালিত হৈছে।” এই মন্তব্যৰ পিছতেই পুনৰ আৰম্ভ হৈছে বিতৰ্ক।

চলিত বৰ্ষতেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন। শুকুৰবাৰে প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ আমৰাৱতীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। তাত কংগ্ৰেছৰ সাংসদ তথা বিৰোধী নেতা ৰাহুল গান্ধীৰ নাম নোলোৱাকৈয়ে মোদীয়ে কয়, ‘আপুনি আজি যি কংগ্ৰেছ দেখিছে সেয়া সেই কংগ্ৰেছ নহয়, যাৰ লগত এসময়ত মহাত্মা গান্ধীৰ দৰে মহান ব্যক্তি জড়িত আছিল। বৰ্তমানৰ কংগ্ৰেছত দেশপ্ৰেমৰ মনোভাৱৰ মৃত্যু হৈছে, ঘৃণাৰ ভূতে ঠাই পাইছে। আজিৰ কংগ্ৰেছৰ নেতাসকলে বিদেশলৈ গৈ জাতীয় বিৰোধী এজেণ্ডা প্ৰচাৰ কৰে, দেশ ভংগ কৰাৰ কথা কয় আৰু ভাৰতীয় সংস্কৃতিক অপমান কৰে। ‘টুকুৰা গেং’ আৰু ‘নগৰীয়া নক্সাল’ৰ দ্বাৰা পৰিচালিত হৈছে কংগ্ৰেছ। কংগ্ৰেছ আজি দেশৰ আটাইতকৈ অসাধু আৰু দুৰ্নীতিগ্ৰস্ত দল। আৰু দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত পৰিয়াল হৈছে কংগ্ৰেছৰ শ্বাহী পৰিয়াল।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ ঘৰত গণেশ পূজাত অংশ লৈছিল। কংগ্ৰেছে এই ঘটনাক গৰিহণা দিছিল। ইয়াৰ উত্তৰত মোদীয়ে কয় যে কংগ্ৰেছৰ যদি সংস্কৃতিৰ প্ৰতি অলপমানো আস্থা  থাকিলহেঁতেন তেন্তে গণেশ পূজাৰ বিৰোধিতা নকৰিলেহেঁতেন। আচলতে তেওঁলোক গণেশ পূজাৰ বিৰোধী। এই মহাৰাষ্ট্ৰতে লোকমান্য তিলকে ৰাইজক একত্ৰিত কৰিবলৈ গণেশ পূজা কৰিছিল। ইয়াৰ পিছত মোদীয়ে সাধাৰণ ৰাইজক আহ্বান কয় যে কংগ্ৰেছৰ এই পাপৰ উত্তৰ দেশৰ জনসাধাৰণে দিব লাগে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd