• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০১৬ চনত প্ৰদ্যুৎ বৰদলৈৰ চেহেৰা চাই চাই সমষ্টিবাসী ৰাইজে আমনি পাইছিল, সেইয়ে তেওঁক বিদায় দিছিল; কোনে ক’লে?

মাৰ্ঘেৰিটাত কংগ্রেছ প্রাৰ্থী মনোৰঞ্জন বৰগোহাঁঞিৰ হৈ নিৰ্বাচনী প্রচাৰ কংগ্ৰেছী নেতা সাংসদ প্রদ্যুৎ বৰদলৈৰ

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
March 18, 2021 7:28 am
IMG_20210317_175153

মাৰ্ঘেৰিটাত কংগ্ৰেছৰ নিৰ্বাচনী সভাত প্ৰদ্যুৎ বৰদলৈ। ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল তথা প্রাৰ্থী সকল নিৰ্বাচনী প্রচাৰত ব্যস্ত হৈ পৰিছে। ১২৪নং  মাৰ্ঘেৰিটা বিধানসভা সমষ্টিটো  ৰাজনৈতিক দল আৰু প্রাৰ্থীসকল  নিৰ্বাচনী প্রচাৰক লৈ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।

বুধবাৰে কংগ্রেছ প্রাৰ্থী মনোৰঞ্জন বৰগোহাঁঞিৰ হৈ প্রচাৰ অভিযানত অংশ গ্রহণ কৰে নগাঁওৰ সাংসদ তথা মাৰ্ঘেৰিটাৰ প্ৰাক্তন বিধায়ক প্রদ্যুত বৰদলৈয়ে।

Apply Now

সাংসদ গৰাকীয়ে মাৰ্ঘেৰিটা সমষ্টিৰ  বুঢ়ীদিহিং, টিৰাপ আৰু মাকুম মৌজাৰ তিনিখন নিৰ্বাচনী সভাত অংশ গ্রহণ কৰে।

সন্ধিয়া উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত অনুষ্ঠিত নিৰ্বাচনী সভাত ভাষণ দি  কংগ্রেছ প্রাৰ্থী গৰাকীয়ে কয় যে বিধানসভাত শুই থকা বা দেখিবলৈ নোপোৱা বিধায়ক নহয় মাৰ্ঘেৰিটাবাসীক অসম বিধানসভাত সমষ্টিটোৰ সমস্যাসমূহক বলিষ্ঠভাবে উপস্থাপন কৰা বিধায়ক লাগে।

সেয়ে সমষ্টিটোৰ প্রকৃত উন্নয়নৰ স্বাৰ্থত আৰু বিধানসভাত সমষ্টিৰ সমস্যাক বলিষ্ঠভাবে উপস্থাপনৰ বাবে কংগ্রেছক ভোটদানৰ আহ্বান জনায়।

কংগ্রেছ প্রাৰ্থী  গৰাকীয়ে ভাষণত প্রসংগক্ৰমে কয় যে অসমত ২০২১ চনত  কংগ্রেছ  দলে চৰকাৰ গঠন কৰিব আৰু মুখ্যমন্ত্রী প্রদ্যুত বৰদলৈ হোৱাৰ সম্ভাৱনা আছে। তেনে ক্ষেত্ৰত প্রয়োজন হলে মাৰ্ঘেৰিটা বিধানসভা সমষ্টি আসনখনৰ পৰা বৰদলৈক  প্রতিদ্বন্দ্বিতা  কৰাৰ সুবিধা নিশ্চিতভাবে দিয়াৰ প্রতিশ্রুতি দিয়ে।

সাংসদ প্রদ্যুত বৰদলৈয়ে ভাষণত কয় পৰিবৰ্তন আৰু জাতি মাটি ভেটিৰ কথা  কৈ ক্ষমতালৈ অহা সৰ্বানন্দ সোণোৱাল চৰকাৰ ক্ষমতালৈ অহাৰ পাছতে অসমৰ দখলত থকা মাটি বাংলাদেশক গতালে। কা জাপি দি বিজেপি চৰকাৰে অসমবাসীক বিশ্বাসঘাতকতা কৰিলে বুলি অভিযোগ কৰে।

সোণোৱাল চৰকাৰে চিণ্ডিকেট ৰাজ চলোৱা বুলি সাংসদ গৰাকীয়ে অভিযোগ কৰে।

মাৰ্ঘেৰিটা সমষ্টিৰ দুৰৱস্থা দেখি মনত দুখ লগাৰ বাবেই মাৰ্ঘেৰিটালৈ অহা কম হোৱা বুলি কয় বৰদলৈয়ে। মাৰ্ঘেৰিটাৰ বিজেপি প্রাৰ্থী ভাস্কৰ শৰ্মাক সাংসদ গৰাকীয়ে তীব্র সমালোচনা কৰে।

কংগ্রেছৰ নেতৃত্বত চৰকাৰ অসমত গঠন হব আৰু পাঁচটা গেৰান্টি  নিশ্চিতভাবে ৰূপায়ন কৰা হ’ব বুলি উল্লেখ কৰাৰ লগতে ২০১৬ চনত প্ৰদ্যুৎ বৰদলৈৰ চেহেৰা চাই চাই মাৰ্ঘেৰিটা ৰাইজে আমনি পাইছিল সেইয়ে তেওঁক ৰাইজে বিদায় দিছিল বুলি ভাষণ প্ৰসংগত প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য কৰে ।

তেওঁ নতুন ৰাজনৈতিক দলক বিজেপিৰ বি টিম নহ’বলৈ আহ্বান জনায়। সভাত জ্যেষ্ঠ কংগ্রেছ নেতা সৰোজ ৰয়, তৌফিক খান, ব্লক কংগ্রেছৰ ভাৰপ্রাপ্ত সভাপতি ৰুবুল গগৈ  আদি উপস্থিত থাকে।

সভাত কেইবা সহস্রাধিক লোকে অংশ গ্রহণ কৰাৰ লগতে জাগুনৰ পৰা এক বিশাল সমদলেৰে মাৰ্ঘেৰিটাৰ সভাস্থলীলৈ সাংসদ গৰাকীক আদৰি আনে। সভাত কেইবাগৰাকী বিজেপি সদস্যই কংগ্রেছত যোগদান কৰে।

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd