• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিধানসভা নিৰ্বাচনৰ ফলাফলৰ Exit Poll অধিকাংশই কাল্পনিক আৰু উদ্দেশ্য প্ৰণোদিত’— অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
May 1, 2021 2:32 pm
apu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি দলে ভোট গণনা প্ৰক্ৰিয়াত জড়িত থকা সকলো স্তৰৰ ব্যক্তি বিষয়া-কৰ্মচাৰীৰ ওপৰত এক মানসিক চাপ সৃষ্টি কৰাৰ চেষ্টা চলাইছে

শনিবাৰে এক সংবাদমেলত অসম প্ৰদেশ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই ইলেক্ট্ৰনিক আৰু ছপা মাধ্যমত প্ৰচাৰ হোৱা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ Exit Poll অধিকাংশই কাল্পনিক আৰু উদ্দেশ্য প্ৰণোদিত বুলি উল্লেখ কৰে।

Apply Now

আনহাতে বিজেপিয়ে  দলৰ ভোট গণনা প্ৰক্ৰিয়াত জড়িত থকা সকলো স্তৰৰ ব্যক্তি বিষয়া- কৰ্মচাৰীৰ ওপৰত এক মানসিক চাপ সৃষ্টি কৰাৰ চেষ্টা চলাইছে বুলিও তেওঁ উল্লেখ কৰে।

বিজেপিক উদ্দেশ্যি কংগ্ৰেছৰ নেতা  ভট্টাচাৰ্য্যই প্ৰশ্ন কৰে ” কি প্ৰতিক্ৰিয়াৰ আধাৰত সমষ্টি সমূহত বিজেপিয়ে ঘোষণানুযায়ী ভোট লাভ কৰিব?আজিলৈকে এনে ধৰণৰ কোনো ব্যৱস্থা নাছিল।এনে কাৰ্য্যই প্ৰচলিত গণতান্ত্ৰিক ব্যৱস্থাটোক উপহাস কৰা নাই নে?

তেওঁ লগতে কয় “আমি কংগ্ৰেছ দলৰ লগতে মহাজোঁটৰ প্ৰাৰ্থী হৈ গণনা কাৰ্যত যি কোনো ধৰণৰ অনিয়মৰ বিৰুদ্ধে বিধিগতভাবে প্ৰতিবাদ সাৱস্ত্য কৰিবলৈ আহ্বান জনালোঁ।এই সন্দৰ্ভত কংগ্ৰেছ দলে গঠন কৰা সমিতিয়ে সকলো ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।”

ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় “তেওঁলোক কোনো ধৰণে প্ৰভাৱান্বিত হৈ নিজৰ গৰিমা নষ্ট হবলৈ নিদিয়ে।”

জাহ্নৱী  বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

October 3, 2026 4:15 pm
অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

October 3, 2026 3:31 pm
এছিয়ান গেমছৰ ক্ৰিকেটত ভাৰতৰ আধিপত্য! পাকিস্তানক হৰুৱাই খিতাপ অক্ষুণ্ণ ৰাখিলে ভাৰতে

এছিয়ান গেমছৰ ক্ৰিকেটত ভাৰতৰ আধিপত্য! পাকিস্তানক হৰুৱাই খিতাপ অক্ষুণ্ণ ৰাখিলে ভাৰতে

October 3, 2026 3:03 pm
গুৱাহাটীৰ নাইট ক্লাবৰ ক’লা অধ্যায় : নিজাববীয়া গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে

গুৱাহাটীৰ নাইট ক্লাবৰ ক’লা অধ্যায় : নিজাববীয়া গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে

October 3, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

October 3, 2026 4:15 pm
অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

October 3, 2026 3:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd