• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদৰ্শ সংহিতা উলংঘন: এইবাৰ মন্ত্ৰী অশোক সিংঘলৰ বিৰুদ্ধে কংগ্ৰেছে দাখিল কৰিলে অভিযোগ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
October 26, 2021 12:19 pm
WhatsApp Image 2021-10-26 at 12.09.58 PM

গোসাইগাঁৱৰ নিৰ্বাচনী সভাত মন্ত্ৰী অশোক সিংঘাল।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই বিধানসভা উপ নিৰ্বাচনৰ পূৰ্বে আদৰ্শ সংহিতা উলংঘন কৰাৰ অভিযোগ তুলি মন্ত্ৰী অশোক সিংঘলৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে।

অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্য নিৰ্বাচন আয়ুক্তৰ ওচৰত কৰা অভিযোগত কয় যে সিংঘালে “অসাংবিধানিক মন্তব্য” কৰি আদৰ্শ আচৰণ বিধি উলংঘা কৰিছে।

শইকীয়াৰ অভিযোগ ৰাজ্যখনৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে কিন্তু নিৰ্বাচনী প্ৰচাৰৰ সময়ত দেখা গৈছে যে অশোক সিংঘালে ৰাজহুৱা বিবৃতি দিয়াৰ সময়ত সাংবিধানিক ব্যৱস্থা আৰু আদৰ্শ আচৰণ বিধি উলংঘা কৰিছে।

Apply Now

সিংঘলে কৈছিল যে যদি মানুহে বিজপিক ভোট নিদিয়ে তেন্তে সেই স্থানৰ উন্নয়নমূলক কাম সম্পন্ন কৰা নহ’ব।

কংগ্ৰেছ নেতা শইকীয়াৰ মতে এনে মন্তব্য অতি দুৰ্ভাগ্যজনক কাৰণ গণতান্ত্ৰিক ব্যৱস্থাৰ অধীনত, জাতি, ধৰ্ম আৰু ভাষা নিৰ্বিশেষে সকলোৰে বাবে সমান বিকাশৰ ব্যৱস্থা আছে।

জ্যেষ্ঠ কংগ্ৰেছী নেতা শইকীয়াই দাবী কৰে যে ভোটাৰসকলক এনে মন্তব্যৰ জৰিয়তে “ব্লেকমেইল” কৰা হৈছে।

ভোটাৰসকলৰ মাজত ভয় জাগ্ৰত কৰা আৰু বলপূৰ্বক ভোট সংগ্ৰহৰ বাবে ভাবুকি প্ৰদান কৰাটো সাংবিধানিক চেতনাৰ আৰু সাংবিধানিক নিয়মৰ বিপৰীতে ঘোৰ উলংঘন আৰু দেখদেখকৈ নিৰ্বাচনী আদৰ্শ আচৰণ বিধিৰ উলংঘা।

“অসাংবিধানিক কাৰ্যকলাপ” আৰু আদৰ্শ আচৰণ বিধি উলংঘনৰ প্ৰতি লক্ষ্য ৰাখি অশোক সিংঘলক নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰৰ পৰা বিৰত ৰাখি মুখ্য নিৰ্বাচন আয়ুক্তক নিৰ্দেশ জাৰি কৰিবলৈ শইকীয়াই আহ্বান জনায়।

কংগ্ৰেছ নেতাজনে পত্ৰখনৰ সৈতে সিংঘলৰ মন্তব্য থকা এটা ভিডিঅ’ ক্লিপো দাখিল কৰিছিল। 

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am
একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

September 8, 2026 7:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd