• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজীৱনৰ বিপন্ন কালত প্ৰদৰ্শনকামিতা নহয় কাৰ্য্যকাৰিতাত বিশেষ গুৰুত্ব প্ৰদান কৰক চৰকাৰে : ঋতুপৰ্ণ কোঁৱৰ

ঘোষণা আৰু প্ৰদৰ্শনকামিতাৰ পৰিৱর্তে অসম চৰকাৰে নিজৰ ঘোষণা সমূহৰ প্ৰকৃত কাৰ্য্যকাৰিতাত বিশেষ গুৰুত্ব প্রদান কৰক।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 28, 2021 6:53 pm
covid-vaccine-3-7
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভেকচিন প্ৰদানক লৈও চৰকাৰে যেন এক প্ৰদৰ্শনকামিতাৰ  মনোভাৱহে প্ৰদৰ্শন কৰিছে !!

কাৰণ, Cowin আৰু সংবাদ মাধ্যমত প্রকাশিত তথ্যই আমাক তেনেদৰে ভাবিবলৈ বাধ্য কৰিছে। অন্য ঘোষণা সমূহৰ দৰে ক’ভিড ভেকচিন প্ৰদান সম্পর্কে চৰকাৰে ঘোষণা কৰিছিল যে অহা ২১ জুন তাৰিখৰ পৰা অসমত দৈনিক ৩ লাখকৈ লোকক চৰকাৰে ভেকচিন প্ৰদান কৰিব।

Apply Now

মুখ্যমন্ত্রীৰ পৰা স্বাস্থ্য মন্ত্রীৰলৈকে সকলোৰে মুখেৰে চৌদিশে সাংঘাতিক প্ৰচাৰ চলিছিল। এনে ইতিবাচক ঘোষণাৰ প্ৰচাৰৰ প্ৰয়োজনীয়তাও আছে। একেবাৰে নাই বুলি নকওঁ।

কিন্তু, বাস্তৱত হৈ আছে কি? ২১ জুন তাৰিখে ৰাজ্যৰ লগতে সমগ্র দেশতে ভেকচিন প্ৰদানৰ ক্ষেত্রত অভিলেখ গঢ়িলে বুলি সাংঘাতিক প্ৰচাৰ হ’ল। উক্তদিনা অসমত ভেকচিন প্ৰদান কৰিলে ৩,৭৪,৫৫৫ জনক আৰু সমগ্র দেশতে প্ৰায় ৮২ লাখৰ ওপৰৰ লোকক। তাৰ পিছত অসমত ভেকচিন প্ৰদানৰ তথ্য চাওক :-

২২ জুন – ২,৪৯,৮২৫ গৰাকী
২৩ জুন – ৩,৫৭,৯৮২ গৰাকী
২৪ জুন – ১,৫৮,০৭৭ গৰাকী
২৫ জুন – ১,৫৯,৯৯৭ গৰাকী
২৬ জুন – ১,৪৯,৭০৯ গৰাকী আৰু কালি
২৭ জুন – ৯,৪৪৬ গৰাকীক (ৰাতি ৮ বজালৈকে Cowin App ত উপলব্ধ তথ্য অনুসৰি)।

অৰ্থাৎ, এসপ্তাহতে ভেকচিন প্ৰদানৰ সংখ্যা ৩ লাখৰ পৰা ১০,০০০ ৰ তললৈ নামিল। একেৰাহে কোনো সমতা নাই।

আজিৰ পৰিস্থিতিত ই বৰ দুৰ্ভাগ্যজনক বিষয়। সেয়েহে চৰকাৰক আহ্বান জনাইছো যে অন্য বিষয় সমূহৰ দৰে ক’ভিডৰ ক্ষেত্রত প্ৰদৰ্শন কামিতাক পৰিহাৰ কৰক।

আপোনালোকে পদক্ষেপ গ্রহণ কৰিছে, নাইকৰা বুলি নকওঁ। কিন্তু, এনে অভিলেখ সৃষ্টি কৰিবলৈ গৈ পুনৰ নাটনিৰ সৃষ্টি গ্ৰহণযোগ্য হয়।

জনজীৱনৰ বিপন্ন কালত প্ৰদৰ্শনকামিতা নহয় কাৰ্য্যকাৰিতাত বিশেষ গুৰুত্ব দিয়ক।

ইয়াৰোপৰি ভেকচিন প্ৰদানৰ সময়তো কেন্দ্র সমূহত একেবাৰে কঠোৰ সামাজিক দূৰত্বৰ নীতি – নিৰ্দেশনা মানি চলাতো চৰকাৰে সম্পূর্ণৰূপে বাধ্যতামূলক কৰক।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd