• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মালিকক বৌদ্ধিক জেহাদী আখ্যা দি বিপদত বিধায়ক : শিলাদিত্যৰ বিৰুদ্ধে চলমান খানৰ গোচৰ

‘শিলাদিত্যই নিজৰ চৰিত্ৰ সলনি কৰক’ চলমান খান

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 9, 2020 9:01 pm

2 min read

মালিকক বৌদ্ধিক জেহাদী আখ্যা দি বিপদত বিধায়ক : শিলাদিত্যৰ বিৰুদ্ধে চলমান খানৰ গোচৰ
649
VIEWS
Share on FacebookShare on Twitter

হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে হাতীগাঁও থানাত গোচৰ তৰিছে চলমান খানে।

কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ চলমান খানে বিতৰ্কিত বিধায়কজনে চৈয়দ আব্দুল মালিকক জেহাদী আখ্যা দিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে হাতীগাঁও থানাত।

এজাহাৰ দাখিল কৰি আহি চলমান খানে সংবাদ মাধ্যমৰ আগত কয় ‘চৈয়দ আব্দুল মালিকৰ দৰে অসমীয়া জাতিৰ এজন বৰেণ্য সাহিত্যিকক লৈ শিলাদিত্যই কৰা মন্তব্য আমি কেৱল বিৰোধিতা কৰা বা গৰিহণা দিয়াই নহয় অনতি পলমে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছো। শিলাদিত্য দেৱে বিভিন্ন সময়ত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সংঘৰ্ষ লগোৱাৰ কাৰণে চেষ্টা চলাই আহিছে।‘

‘অসমৰ বিভিন্ন জদাতি-জনগোষ্ঠীৰ মাজত থকা ভাতৃত্ববোধ বিনষ্ট কৰি সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰাৰ বাবে তেওঁক সকীয়নি দিছো। কিয় ইমান বিতৰ্কিত মন্তব্য কৰি থকাৰ পাছতো শিলাদিত্য দেবক গ্ৰেপ্তাৰ কৰা নাই?’ এইদৰে কয় খানে।

ইপিনে, ৰঙালী বিহুক বাঙালী বিহু আখ্যা দিয়া শিলাদিত্য দেৱক সকীয়াই দি চলমানৰ খানৰ মন্তব্য ‘তেওঁ অসমখনক কি বুলি ভাবিছে? শিলাদিত্যক অসমৰ কোনো ৰাইজে ভয় নকৰে। শিলাদিত্যই নিজৰ চৰিত্ৰ সলনি কৰক।‘

অসম চৰকাৰলৈ সকীয়াই দি চলমান খানে কয় ‘শিলাদিত্যৰ মুখ বন্ধ কৰক। অন্যথা আমি সমগ্ৰ অসমতে জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ম তথা তেওঁৰ ঘৰ ঘেৰাও কৰিবলৈ বাধ্য হ’ম।‘

ইয়াৰোপৰি, অসম সংগ্ৰামী যুৱ মঞ্চয়ো শিলাদিত্যৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰে।

Recent News

Golaghat1

গোলাঘাটৰ ধনশিৰি নদীত সন্ধানহীন এগৰাকী উদীয়মান ফুটবল খেলুৱৈ

index.jpg

অনন্য দৃষ্টান্ত ৰাহুল গান্ধীৰ : কোভিড পৰিস্থিতিৰ বাবে পশ্চিমবংগৰ সকলো নিৰ্বাচনী ৰেলী বাতিল

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd