• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ নিৰ্বাচনী হিংসা: খুমটাইত বিজেপি কৰ্মীৰ আক্ৰমণৰ বলি মণ্ডল কংগ্ৰেছৰ সভাপতি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2021 7:19 am
congress leader attack in Khumtai

খুমটাইত বিজেপি কৰ্মীৰ আক্ৰমণৰ বলি কংগ্ৰেছ নেতা ৰন্টু দাস।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে বিজেপি, কংগ্ৰেছকে ধৰি ৰাজনৈতিক দল তথা আন প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে ৰাজ্যখনত নিৰ্বাচনী হিংসাৰ ঘটনাও সংঘটিত হ’বলৈ আৰম্ভ কৰিছে।

Apply Now

সোমবাৰে পুনৰ খুমটাইত এনে এক নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হৈছে।

খুমটাইৰ কংগ্ৰেছৰ এগৰাকী মণ্ডল কংগ্ৰেছৰ সভাপতি ৰন্টু দত্তক  বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে।

বিজেপি কৰ্মীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় কংগ্ৰেছ নেতা ৰন্টু দত্ত।

নিৰ্বাচনী প্ৰচাৰৰ সময়তে সংঘটিত হোৱা এই ঘটনাত দোষীৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে কংগ্ৰেছে।

অৱশ্যে, কংগ্ৰেছ প্ৰাৰ্থীক লক্ষ্য কৰি বিজেপিৰ সমৰ্থকে আক্ৰমণ কৰাৰ ঘটনা এইটোৱে প্ৰথম নহয়।

দেওবাৰে শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাইক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল।

বৰগোঁহাইক প্ৰচাৰৰ বাবে থাওৰাত থকাৰ সময়তে আক্ৰমণ কৰা হৈছিল। ঘটনাটো ৰাজমাই চাহ উদ্যোগৰ সন্মুখত সংঘটিত হৈছিল।

বৰগোহাইয়ে অভিযোগ কৰিছিল যে এনে অভূতপূৰ্ব আক্ৰমণৰ আঁৰত বিজেপি প্ৰাৰ্থী কুশল দুৱাৰীৰ সমৰ্থকসকল আছিল।

সেইদৰে, একেধৰণৰ ঘটনা সংঘটিতো হৈছিল হাফলং সমষ্টিতো।

নিখিল ভাৰত মহিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক দানাছাৰি অনসূয়াই বিজেপিৰ গুণ্ডা বাহিনীয়ে কংগ্ৰেছৰ কাৰ্যকৰ্তাৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

আনহাতে, কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শচীন চাহুৰ বাহনত আক্ৰমণৰ ঘটনাও সংঘটিত হৈছিল।

এনে হিংসাত্মক ঘটনাসমূহৰ আঁৰত বিজেপি কৰ্মী থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

নিৰ্বাচনৰ সময়ত এইদৰে কংগ্ৰেছ প্ৰাৰ্থীক লক্ষ্য কৰি আক্ৰমণৰ ঘটনাই শাসকীয় ক্ষমতাসীন দলৰ নেতা-কৰ্মীৰ হতাশাৰ প্ৰতিফলন বুলি ক’ব খোজে একাংশ সচেতন লোকে।

শাসনাধীষ্ঠ বিজেপি দলৰ বিৰুদ্ধে কংগ্ৰেছে ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ তীব্ৰ কৰি তুলিছে।

কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ সভাসমূহত তথা প্ৰাৰ্থীসকলৰ প্ৰতি সমৰ্থনত সমষ্টিসমূহত ব্যাপক সঁহাৰি লাভ কৰা দেখা গৈছে।

কংগ্ৰেছৰ এনে উত্থানত শংকিত হৈয়েই হতাশাত ভোগা শাসকীয় দলৰ নেতা-কৰ্মীয়ে এনে আক্ৰমণ সংঘটিত কৰাৰ অনুমান কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd