DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এখন ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ধূলিসাৎ বিজেপি! দেখা গৈছে কংগ্ৰেছৰ ঢৌ

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
September 4, 2021 7:15 pm
Rajasthan
236
VIEWS
Share on FacebookShare on Twitter

দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে নেকি বিজেপিৰ জনপ্ৰিয়তা!  হ্ৰাস পাইছে নেকি মোদী লহৰৰ কোবাল সোঁত! তেনে এক প্ৰতিচ্ছবিয়ে দেখা গৈছে ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনত।

যোৱা  আগষ্ট মাহৰ ২৬, ২৯ তাৰিখে আৰু ছেপ্টেম্বৰৰ ১ তাৰিখে ৰাজস্থানত তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈ যায় পঞ্চায়ত নিৰ্বাচন।

ৰাজ্যখনৰ ভাৰতপুৰ, দৌছা, জয়পুৰ, জোধপুৰ, সাৱাই মধুপুৰ আৰু চিৰহি জিলাত ৬ টা জিলা পৰিষদৰ ২০০ সদস্যৰ আসন আৰু ৭৮ টা পঞ্চায়ত সমিতি ১৫৬৪ সদস্যৰ আসনৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন।

শনিবাৰে পুৱাৰ পৰা ৰাজ্যখনৰ  ৬ জিলাত ভোট গণনা আৰম্ভ হৈছে। এই মুহূৰ্তলৈকে ৰাজস্থানৰ শাসনাধিষ্ঠ কংগ্ৰেছ দলে ৬৭০ খন পঞ্চায়ত সমিতিৰ আসনত জয়ী হোৱাৰ বিপৰীতে বিজেপি দলে লাভ কৰিছে মাত্ৰ ৫৫১ খন আসন।

আনহাতে আৰএলপি দলে ৪০খন আৰু বিএছপি-এ লাভ কৰিছে ১১ খন আসন। ২৯০ খন আসনত জয়লাভ  কৰিছে নিৰ্দলীয় প্ৰাৰ্থীয়ে।

তদুপৰি এই মুহূৰ্তলৈকে ভোট গণনা সমাপ্ত হোৱা জোধপুৰ জিলা পৰিষদৰ আসন খনতো জয় লাভ কৰিছে কংগ্ৰেছ দলে। অৱশ্যে জিলা পৰিষদৰ ভোটগণনা বৰ্তমানো অব্যাহত আছে।

উল্লেখ্য যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৰাজ্যখনত ৬৪.৪০ শতাংশ ভোটাৰে ভোটদান কৰিছিল।

কংগ্ৰেছ দলৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ লগতে দলৰ নেতা-কৰ্মীসকল।

ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনৰ এই সফলতাই দেশৰ ৰাজনীতিত ক্ৰমাৎ দুৰ্বল হৈ অহা কংগ্ৰেছৰ বাবে এক আশাৰ সঞ্চাৰ কৰিছে। অৱশ্যে অনাগত সময়ত দলটোৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব নে সেয়া লক্ষণীয় হ’ব।

Recent News

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd