DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰতিবাদত সেও মানিলে ভৰত নৰহে; আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰি ছ’চিয়েল মিডিয়াত প’ষ্ট

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 28, 2021 3:00 pm
Bharat Narah
322
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা নাওবৈচা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভৰত নৰহে আহোম জনগোষ্ঠীক পূৰ্ব বংগীয় মুছলমানৰ সৈতে তুলনা কৰি যি মন্তব্য আগবঢ়াইছিল তাক লৈ এতিয়া সমগ্ৰ উজনি অসমতে প্ৰতিবাদৰ জোৱাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল।

তাৰ পাছতে আজি এক ফেচবুক প’ষ্টযোগে আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিলে নাওবৈচা সমষ্টিৰ বিধায়কগৰাকীয়ে।

ফেচবুক পোষ্টযোগে তেওঁ লিখি কয়, ‘অসম বিধান সভাৰ ২৪ মে’ তাৰিখে ৰাজ্যপালৰ ভাষণৰ ওপৰত হোৱা আলোচনাৰ সময়ত মই দিয়া বক্তৃতাৰ কিছু বাক্যকলৈ বহুতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে ,কোনো ব্যক্তি, সংগঠন, জাতি-জনগোষ্ঠী, বা সম্প্ৰদায়ক অপমান বা আঘাত দিয়াৰ এই বক্তব্যৰ উদ্দেশ্য নাছিল ।

‘তথাপি মোৰ বক্তব্যই কোনো ব্যক্তি ,সংগঠন বা সম্প্ৰদায়ৰ মনত যদি আঘাত দিছে তাৰ বাবে মই দুখ প্ৰকাশ কৰিছো। ভৱিষ্যত এনে স্পৰ্শকাতৰ বিষয়ত বক্তৃতা দিওতে মই সদায় সাৱধানতা অৱলম্বন কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছো।‘ ফেচবুক প’ষ্টযোগে লিখি নৰহে এইদৰে কয়।

Bhhhh

অসমত ছশ বছৰ ৰাজত্ব কৰি বৰ অসম গঢ়া আহোম সম্প্ৰদায়ৰ প্ৰতি তেওঁৰ আগৰ পৰাই শ্ৰদ্ধা আৰু ভক্তি আছে আৰু ভৱিষ্যতেও ই সদায় অটুট থাকিব বুলি প’ষ্টটোত উল্লেখ কৰে ভৰত নৰহে।

তেওঁ ক্ষমা বিচাৰি লিখি কয়, ‘মোৰ বক্তৃতাৰ কিছু বাক্যই যদি আহোম সম্প্ৰদায়ৰ স্বাভিমানত আঘাত হানিছে, মই ইয়াৰ দ্বাৰাই ক্ষমা বিচাৰিছো।‘

উল্লেখযোগ্য যে, ভৰত নৰহে ভাষণ প্ৰসংগত চৰ অঞ্চলৰ উচ্ছেদিত লোকসকল আহোমসকলতকৈয়ো আগত অহা বুলি উল্লেখ কৰিছিল ভৰত নৰহে। তাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উজনি অসমত তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছিল আৰু বহুতে ফেচবুকযোগেও নৰহক সমালোচনা কৰা দেখিবলৈ পোৱা গৈছিল।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd