• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জয়শংকৰক প্ৰশ্ন মনীষ তিৱাৰীৰ! ‘আৰু ৭.২৫ লাখ ভাৰতীয়ক হেণ্ডকাফ লগাই ঘূৰাই পঠিওৱা হ’ব?’

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 10, 2025 12:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰেৰণ কৰা অনুপ্ৰৱেশকাৰীক লৈ বিতৰ্ক অব্যাহত আছে। এই তালিকাত আছে আৰু ৭.২৫ লাখ ভাৰতীয়! এক্স হেণ্ডেলত তথ্য প্ৰকাশ কৰি বিস্ফোৰক কংগ্ৰেছ সাংসদ মনীষ তিৱাৰী। বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক তেওঁৰ প্ৰশ্ন, “আৰু কিমান ভাৰতীয়ক শিকলি আৰু হেণ্ডকাফ লগাই ঘূৰাই পঠিওৱা হ’ব?”

কংগ্ৰেছ সাংসদগৰাকীয়ে এক্স হেণ্ডেলৰ কিছু তথ্য শ্বেয়াৰ কৰি প্ৰশ্ন কৰে যে বৰ্তমান আৰু কিমান ভাৰতীয়ৰ আমেৰিকাত থকাৰ আইনী অনুমতি নাই। তেওঁ লিখিছে, “আমেৰিকাত আইনী নথি-পত্ৰ নথকা আৰু ৭ লাখ ২৫ হাজাৰ ভাৰতীয় আছে। ইয়াৰে ২৪ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰি ডিটেনচন কেম্পত ৰখা হৈছে। ইতিমধ্যে ৪৮৭ জন লোকে ঘূৰি অহাৰ চূড়ান্ত নিৰ্দেশ লাভ কৰিছে। ইয়াৰে ২৯৮ জন ভাৰতীয় নাগৰিক বুলি চিনাক্ত কৰা হৈছে। তেনেহ’লে এই ৭.২৫ লাখ লোকক আমেৰিকাৰ সামৰিক বিমানত উঠাই হেণ্ডকাফ আৰু ভৰিত শিকলি লগাই পঠিওৱা হ’ব? মানৱ অধিকাৰ খৰ্ব কৰা এনে কাৰ্য কিমান দিনলৈ চলি থাকিব?”

Apply Now

কংগ্ৰেছ সাংসদ মনীষ তিৱাৰীয়ে জয়শংকৰক কটাক্ষ কৰি প্ৰশ্ন কৰিলে, “এই সকলোবোৰ দেখিও নেদেখাৰ ভাও ধৰি আৰু কিমান দিনলৈ বিদেশ মন্ত্ৰীগৰাকীয়ে বিদেশ ভ্ৰমণ কৰি থাকিব?”

শুকুৰবাৰে অনুপ্ৰৱেশকাৰীক হেণ্ডকাফ আৰু ভৰিত শিকলি পিন্ধাই ভাৰতলৈ ঘূৰাই পঠিওৱাৰ ছবিক লৈ সংসদ উত্তাল হৈছিল। সেই সন্দৰ্ভত বৈদেশিক মন্ত্ৰী জয়শংকৰৰ উত্তৰত সন্তুষ্ট নহয় বিৰোধী দল। তেওঁলোকৰ মতে, ‘জয়শংকৰৰ উত্তৰ শুনিলে এনে লাগে যেন ভাৰতৰ বৈদেশিক মন্ত্ৰী নহয়, বৰঞ্চ আমেৰিকা প্ৰশাসনৰ এজন মধ্যম পৰ্যায়ৰ বিষয়াইহে উত্তৰ দিছে।’ যোৱা সপ্তাহত ভাৰতলৈ প্ৰেৰণ কৰা ১০৪গৰাকী অনুপ্ৰৱেশকাৰীৰ সৈতে অমানৱীয় আচৰণ কৰা হৈছে বুলি বিৰোধীয়ে অভিযোগ তোলে। এইবাৰ মনীষ তিৱাৰীকে ধৰি বিৰোধীয়ে মুঠ অনুপ্ৰৱেশকাৰীৰ  সংখ্যা দাঙি ধৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা উত্তৰ বিচাৰিছে।

According to US estimates there are 7.25 Lakh undocumented Indians in the United States of America.

24,000 Indians are in US detention camps.

487 have been served final detention orders

298 out of the 487 have been positively identified as Indians.

Would 7.25 Lakh Indians…

— Manish Tewari (@ManishTewari) February 9, 2025

উল্লেখ্য যে যোৱা শুকুৰবাৰে কেন্দ্ৰই ঘোষণা কৰিছিল যে আমেৰিকাই দ্বিতীয় ৰাউণ্ডত আৰু ৪৮৭ জন অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক ভাৰতলৈ ঘূৰাই পঠিয়াবলৈ সাজু হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd