• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় লণ্ড-ভণ্ড : সন্দেহৰ আঙুলি অগপ দললৈ

উত্তম শইকীয়া by উত্তম শইকীয়া
November 26, 2018 2:51 pm
IMG-20181126-WA0003

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। ক’ৰবাত যদি প্ৰাৰ্থীক আক্ৰমণ, ক’ৰবাত ভাঙি চিঙি লণ্ড ভণ্ড কৰিছে নিৰ্বাচনী কাৰ্যালয়। ঠিক তেনেদৰে বোকাখাতত এটা নিৰ্বাচনী কাৰ্যালয় ভাঙি-চিঙি লণ্ড ভণ্ড কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখ্য যে দেওবাৰে নিশা বোকাখাত চাহ বাগিচাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ সমীপত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে স্থাপন কৰা পঞ্চায়ত নিৰ্বাচনৰ এটা নিৰ্বাচনী কাৰ্যালয় কোনো অচিনাক্ত দুৰ্বৃত্তই ভাঙি চিঙি লণ্ড-ভণ্ড কৰাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোতে উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে।

Apply Now

নিৰ্বাচনী কাৰ্যালয়টো এনেদৰে নিশা কোনো দুস্কৃতিকাৰীয়ে ভাঙি দিয়া কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে বোকাখাত ব্লক কংগ্ৰেছে। অসম গণ পৰিষদ দলেহে এনেধৰণৰ কু-কৰ্ম কৰিব পাৰে বুলি বোকাখাত গাঁও পঞ্চায়তৰ সভাপতি পদৰ কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰ কালিন্দীয়ে প্ৰশ্ন উত্থাপন কৰে। বোকাখাত পঞ্চায়তত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জয় নিশ্চিত হ’ব বুলিয়েই শংকিত হৈ অসম গণ পৰিষদ দলৰ কৰ্মীয়ে এই কাম কৰিছে বুলি তেওঁ জনায়।

অসম গণ পৰিষদ দলে ধনৰ লোভ দেখুৱাই কংগ্ৰেছ কৰ্মীক প্ৰলোভিত কৰাৰ তথ্য কংগ্ৰেছৰ হাতত আছে বুলিও নৰ্থ-ইষ্ট নাওক জনায় ভাস্কৰ কালিন্দীয়ে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত কংগ্ৰেছ দলে বোকাখাতৰ নিৰ্বাচনী বিষয়া আৰু বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷

উল্লেখ্য যে বোকাখাত গাঁও পঞ্চায়তৰ অধীনৰ এই অস্থায়ী নিৰ্বাচনী কাৰ্যালয়টো ৩৭ নং ৰাষ্ট্ৰীয় পথৰ সংৰক্ষিত এলেকাত স্থাপন কৰা বুলি ইতিমধ্যেই বোকাখাতৰ মহকুমাধিপতিক বিভিন্ন দলে অভিযোগ দিছিল ৷ যাৰ বাবে এই কাৰ্যালয়টো স্থানান্তৰিত কৰিবৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বোকাখাত ব্লক কাৰ্যালয়ক অৱগত কৰিছিল নিৰ্বাচনী বিষয়াই।

নিৰ্বাচনী বিধি উলংঘা কৰি সংৰক্ষিত মাটিত স্থাপন কৰা এই নিৰ্বাচনী কাৰ্যালয়টো আজি বোকাখাত প্ৰশাসনে নিজেই উৎখাত কৰাৰ কথা আছিল বুলি নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

August 21, 2026 6:00 pm
আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

August 21, 2026 4:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd