• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছ দলে কেৱল উত্তৰ-পূব লুটিবলৈহে শাসন চলাইছিল : সোণোৱাল

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
April 10, 2019 8:55 pm
20190410_185930

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ দল আৰু নেতা নীতিহীন। এইদলটো দুৰ্নীতিত ওস্তাদ। প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা মনমোহন সিঙৰ নেতৃত্বৰ কংগ্ৰেছ চৰকাৰলৈকে কোনো এখন চৰকাৰে উত্তৰ-পূবৰ কাৰণে একো কাম কৰা নাই। অসমত তৰুণ গগৈৰ দিনত টকাৰ বিনিময়ত এ পি এছ চিৰ চাকৰি কিনা বেচা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ লগে লগে বিয়াগোম এ পি এছ চিৰ দুৰ্নীতিৰ নায়ক ৰাকেশ পালৰ লগতে বহুতে জে’লত যাব লগা হৈছে। এই মন্তব্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজি হাফলং লালফিল্ডত  এখন নিৰ্বাচনী জনসভাত অংশ লৈ মুখ্য মন্ত্ৰীয়ে ভাষণ প্ৰসংগত এই কথা কয়। তেওঁ লগতে কংগ্ৰেছ দলে উত্তৰ-পূব ভাৰতক লুটি খোৱাৰ কাৰণে শাসন চলাইছিল বুলিও মন্তব্য কৰে।

Apply Now

আনহাতে বিজেপি চৰকাৰৰ দিনত পাৰ্বত্য ডিমা হাচাও, কাৰ্বি আংলঙক দেশৰ ৰাইজে জানিবলৈ ধৰিছে আৰু এই অঞ্চলত উন্নয়নো ক্ষীপ্ৰতাৰে আগুৱাই যাবলৈ ধৰিছে।

চি ই এম দেবলাল গাৰ্লচাই নিজৰ ভাষনত কয় যে কংগ্ৰেছ দলৰ সাংসদ বিৰেন সিং ইংতিয়ে সাতবাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। কিন্তু  তেওঁ এই পয়ত্ৰিশ বছৰত ডিমা হাচাওৰ উন্নয়নৰ চিন্তা নকৰিলে। তেওঁ কৰা এটা কামৰো উদাহৰণ দিব নোৱাৰে।

আনহাতে অসমত পোন্ধৰ বছৰ শাসন চলোৱা মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে ডিমা হাচাওলৈ পোন্ধৰ বছৰত পোন্ধৰবাৰো যে আহিছে তাত সন্দেহ আছে। কিন্তু আমাৰ বিজেপি দলৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে যোৱা দুই বছৰ এঘাৰ মাহৰ শাসনত মুঠ আঠবাৰ ডিমা হাচাওত আহিছে।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰী সোণৱালে কয় যে ৰাইজে যোৱা পাঁচ বছৰে মোদীৰ কাৰ্যকালত সুফলৰ লগতে উন্নয়ন দেখিলে সেইবাবে ৰাইজে দ্বিতীয় বাৰৰ কাৰনে আন্তৰিকতাৰে মোদী ডাঙৰীয়া প্ৰধান মন্ত্ৰী হোৱাটো বিচাৰিছে। আনহাতে ৰাতিপুৱাৰ পৰা আবেলিলৈ থাকি সভা সফল কৰি ৰাইজে এইটো ক’ব বিচাৰিছে যে ‘য়ুই আৰ উইথ মোদী’।

ইফালে আজিৰ এই সভাতে কংগ্ৰেছ, এন পি পিৰ লগতে অগপৰ বহু নেতাকৰ্মীয়ে মুখ্য মন্ত্ৰীৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে।

আজিৰ নিৰ্বাচনী সভাত  হাফঙৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ, চি ই এম দেবলাল গাৰ্লচাৰ উপৰি জিলা বিজেপি সভাপতি নিপোলাল হোজাই আৰু পৰিষদৰ কাৰ্যনিৰ্বাহী সদস্য সকল উপস্থিত থাকে।

Tags: নিৰ্বাচন ২০১৯
পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd