• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত জোড়ো যাত্ৰাৰ এটা বছৰ পূৰ্ণ হোৱাৰ দিশে: বৰ্ষপূৰ্তিত জিলা পৰ্যায়ত যাত্ৰাৰ পৰিকল্পনা কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2023 7:25 pm
Bharat Jodo Yatra
1.2k
VIEWS
Share on FacebookShare on Twitter

বিগত বৰ্ষৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কংগ্ৰেছে আৰম্ভ কৰা ‘ভাৰত জোডো যাত্ৰা’ৰ এবছৰ পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে।

প্ৰায় ৪ হাজাৰ কিলোমিটাৰ সামৰি লোৱা এই যাত্ৰাৰ জৰিয়তে দলটোৱে দেশৰ ৰাজনীতিত পুনৰ সবলভাৱে ঠন ধৰি উঠা বুলি ৰাজনৈতিক বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে।

ভাৰত জোড়ো যাত্ৰাৰ এবছৰীয়া বৰ্ষপূৰ্তি অনন্য ৰূপত আয়োজন কৰিবলৈ পৰিকল্পনা কৰিছে কংগ্ৰেছে। সেই অনুসাৰে ৭ ছেপ্টেম্বৰত সমগ্ৰ দেশতে কংগ্ৰেছে জিলা পৰ্যায়ত যাত্ৰা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে বুলি জানিব পৰা গৈছে।

অৱশ্যে ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপূৰ্তি উদযাপন হিচাপে আয়োজিত হ’বলগীয়া এই যাত্ৰা কিমান দিনলৈ চলিব তথা অন্যান্য প্ৰাসঙ্গিক দিশসমূহৰ বিষয়ে আলোচনা চলি আছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে, ৰাহুৰ গান্ধীৰ নেতৃত্বত কংগ্ৰেছে বিগত বৰ্ষৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছিল। চলিত বৰ্ষৰ ৩০ জানুৱাৰীত গান্ধীয়ে শ্ৰীনগৰত ১৪৫ দিনীয়া এই অভিলাষী যাত্ৰাৰ সামৰণি মাৰে।

যাত্ৰাৰ সময়ছোৱাত গান্ধীয়ে ১২খন ৰাজহুৱা সভা, ১০০খনতকৈও অধিক কৰ্ণাৰ সভা আৰু ১৩খন সংবাদমেলত ভাষণ দিয়ে। এই যাত্ৰাত দলটোৱে দেশজুৰি ব্যাপক গণ সমৰ্থন লাভ কৰিছিল।

মূলত: বিজেপিয়ে সৃষ্টি কৰা অৰ্থনৈতিক বৈষম্য, সামাজিক মেৰুকৰণ আৰু ৰাজনৈতিক একনায়কত্ববাদৰ পৰা গণৰাজ্যখনৰ প্ৰতি হোৱা ভাবুকিৰ বিৰোধিতাৰে এই যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰা বুলি কংগ্ৰেছে সদৰী কৰিছিল।

লগতে বিজেপিয়ে দেশত সাম্প্ৰদায়িকতাৰ বিদ্বেষ বিয়পাই দিয়া বুলি অভিযোগ কৰি বিজেপিৰ এই ঘৃণাৰ বজাৰত প্ৰেম বিক্ৰী কৰিছে বুলি ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল।

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd