• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘কোনো সংঘাত নাই, আমি একত্ৰিত’, ব্ৰেকফাষ্ট টেবুল আলোচনাৰ অন্তত ঘোষণা শিৱকুমাৰ-সিদ্দাৰামায়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2025 5:55 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে পুৱা দক্ষিণৰ দুই কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰ আৰু সিদ্দাৰামায়াক একেলগে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন ‘কাৱেৰী’ত ব্ৰেকফাষ্ট টেবুলত দেখা গ’ল। কংগ্ৰেছে সেই ছবিখন ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছিল। প্ৰশ্ন হয়, কংগ্ৰেছে সঁচাকৈয়ে কৰ্ণাটকৰ সংঘাত সমাধান কৰিবলৈ সক্ষম হৈছেনে? নেতা দুজনে কি কৈছে?

শনিবাৰে ব্ৰেকফাষ্ট টেবুলত আলোচনাৰ অন্তত দুয়োগৰাকী নেতাই এক বিবৃতি প্ৰকাশ কৰে। তাত সিদ্দাৰামায়া আৰু শিৱকুমাৰ দুয়োজনেই সকলো সংঘাতক নাকচ কৰি ঐক্যৰ কথা কয়। লগতে হাইকমাণ্ডৰ নিৰ্দেশক সন্মান জনোৱা হ’ব বুলিও কয়। দুয়োগৰাকী নেতাৰ বৈঠকৰ অন্তত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই সংবাদমেলত কয়, “আমাৰ এজেণ্ডা ২০২৮ চনৰ নিৰ্বাচন। আমি এই বিষয়টো আলোচনা কৰিলোঁ। ২০২৮ চনৰ নিৰ্বাচনত কংগ্ৰেছক পুনৰ ক্ষমতালৈ অনাৰ বিষয়ে আলোচনা কৰিলোঁ। আমি একেলগে কাম কৰিম। আমাৰ মাজত কোনো সংঘাত নাই, আৰু ভৱিষ্যতও নাথাকিব।” সিদ্দাৰামায়াই লগতে কয় যে কংগ্ৰেছে হাইকমাণ্ডৰ নিৰ্দেশ মানি চলিব। বিৰোধী দল বিজেপিৰ অনাস্থা প্রস্তাৱৰ প্রত্যাহ্বানো খাৰিজ কৰে মুখ্যমন্ত্রীয়ে৷

Apply Now

ডি কে শিৱকুমাৰে সিদ্দাৰামায়াৰ সংবাদমেলত যোগদান কৰে। মুখ্যমন্ত্রীৰ সুৰত তেওঁ কয়, “ৰাজ্যক কোনে নেতৃত্ব দিব সেই সন্দৰ্ভত হাইকমাণ্ডৰ নিৰ্দেশনা আমি পালন কৰিম। আমি দলৰ নিষ্ঠাবান কৰ্মী। আমি জানো যে দেশখন বেয়া সময়ৰ মাজেৰে পাৰ হৈ আছে, আৰু ইয়াৰ মাজতে দলটোৱে যুঁজিব লাগিব। এই সময়ছোৱাত কৰ্ণাটক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ২০২৮ চনত আমি পুনৰ ক্ষমতালৈ আহিম। অনাগত দিনত মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ নেতৃত্বত আমি আগবাঢ়ি যাম।”

সূত্ৰ অনুসৰি সিদ্দাৰামায়াই মুখ্যমন্ত্ৰীৰ পদৰ পৰা তৎক্ষণাত পদত্যাগ কৰিব নালাগিব। অৱশ্যে ক্ৰমান্বয়ে ক্ষমতা গতাই দিব। এতিয়াৰ বাবে মন্ত্ৰীসভাৰ সালসলনিত ডি কেৰ অনুগামীসকলক ভাল মন্ত্ৰালয় দিয়া হ’ব। আগৰ তুলনাত বৃদ্ধি কৰা হ’ব এই সংখ্যা। কেৱল সেয়াই নহয়, প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু উপ-মুখ্যমন্ত্ৰীৰ দুয়োটা পদতে ডি কে অব্যাহত থাকিব। এই ব্যৱস্থা আগন্তুক কেইমাহমানলৈ চলি থাকিব। তেতিয়াহে চকী সলনি কৰাৰ সম্ভাৱনা আছে। ফেব্ৰুৱাৰীৰ বাজেটৰ পিছত মুখ্যমন্ত্ৰীৰ চকীত বহিব পাৰিব ডি কে। সেই সময়ত পুনৰ বিপৰীত ব্যৱস্থা হ’ব। তেতিয়া সিদ্দাৰামায়াৰ অনুগামীৰ কোনো এজন প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ চকীত বহিব। বেছিভাগ মন্ত্ৰালয়ো তেওঁৰ অনুগামীৰ হাততে থাকিব।

এদিন পূৰ্বে ডি কেয়ে ছোনিয়া গান্ধীৰ উদাহৰণ দি এই বাৰ্তা দিছিল, “ছোনিয়া গান্ধীয়েও প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ পাইছিল। কিন্তু তেওঁ সেই সুযোগ গ্ৰহণ কৰা নাছিল, তেওঁ নিজকে বলিদান দিছিল।” কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীয়ে কয়, “২০০৪ চনত লোকসভা নিৰ্বাচনৰ পিছত যেতিয়া তেতিয়াৰ ৰাষ্ট্ৰপতি আব্দুল কালামে ছোনিয়া গান্ধীক ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদৰ প্ৰস্তাৱ দিছিল। কিন্তু তেওঁ সেই প্ৰস্তাৱ মানি লোৱা নাছিল।”

তেওঁ নিজে প্ৰধানমন্ত্ৰী হোৱাৰ পৰিৱৰ্তে মনমোহন সিঙক সেই প্ৰস্তাৱ আগবঢ়াইছিল। পেছাত তেওঁ এজন অৰ্থনৈতিক বিশেষজ্ঞ। তেওঁ অনুভৱ কৰিছিল যে তেওঁ দেশৰ উন্নয়নৰ বাবে আটাইতকৈ যোগ্য ব্যক্তি। ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ পদ এৰি প্ৰায় ২০ বছৰ ধৰি কংগ্ৰেছৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd