• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰতি হোৱা দুৰ্ব্যৱহাৰক লৈ প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ কংগ্ৰেছৰ তীব্ৰ সমালোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2025 2:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ ওপৰত বাৰে বাৰে হোৱা দুৰ্ব্যৱহাৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌনতা অৱলম্বন কৰাত তীব্ৰ  সমালোচনা কংগ্ৰেছৰ। ভাৰতীয় ছাত্ৰ এজনক নেৱাৰ্ক বিমানবন্দৰত হেণ্ডকাফ লগাই দূধৰ্ষ অপৰাধীৰ দৰে বিতাড়িত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। জয়ৰাম ৰমেশ আৰু পৱন খেৰাকে ধৰি কংগ্ৰেছ নেতাসকলে ভাৰতীয় নাগৰিকৰ ওপৰত হোৱা এনে দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে এই বিষয়টো জৰুৰীভাৱে সম্বোধন কৰিবলৈ দাবী জনায়। নিউয়ৰ্কত থকা ভাৰতীয় কনছুলেটে এই ঘটনা সন্দৰ্ভত স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ থকা বুলি নিশ্চিত কৰিছে, যাৰ ফলত ছ’চিয়েল মিডিয়াত ক্ষোভৰ সৃষ্টি হৈছে।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে মোদী চৰকাৰে বহিঃৰাষ্ট্ৰত ভাৰতীয়ৰ সন্মান আৰু মৰ্যাদা ৰক্ষা কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি উল্লেখ কৰে যে ২০২৪ চনত আমেৰিকাত প্ৰায় ৩.৩৭ লাখ ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে, যিটো আমেৰিকাৰ কেম্পাছত থকা বিদেশী ছাত্ৰ-ছাত্ৰীৰ এক তৃতীয়াংশ। তেওঁ নিজৰ সন্তানৰ শিক্ষাত প্ৰচুৰ বিনিয়োগ কৰা ভাৰতীয় পৰিয়ালসমূহৰ ওপৰত আৰ্থিক বোজাৰ ওপৰত আলোকপাত কৰে যদিও শেহতীয়াকৈ আমেৰিকাৰ ভিছা নিষেধাজ্ঞা আৰু বিতাড়নকে ধৰি নীতিসমূহে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত অনিশ্চয়তাৰ দিশত গতি কৰিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে পাকিস্তানৰ সৈতে যুদ্ধবিৰতিৰ বাবে ভাৰতক হেঁচা প্ৰয়োগ কৰা দাবীৰ উদাহৰণো ৰমেশে উল্লেখ কৰি কয় যে মোডীৰ মৌনতাই ভাৰতীয় স্বাৰ্থ ৰক্ষাৰ সাহসৰ অভাৱ প্ৰতিফলিত কৰিছে।

Apply Now

ট্ৰাম্প প্ৰশাসনৰ অধীনত ছাত্ৰ ভিছাৰ সাক্ষাৎকাৰ বন্ধ কৰা আৰু কঠোৰ পৰীক্ষামূলক ব্যৱস্থা ৰূপায়ণকে ধৰি আমেৰিকাৰ নীতিক লৈ ক্ৰমাৎ উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে কংগ্ৰেছ দলে এই আহ্বান জনাইছে। কংগ্ৰেছ নেতা পৱন খেৰাই নেৱাৰ্ক বিমানবন্দৰৰ কাণ্ডক বেদনাদায়ক তথা অপমানজনক বুলি অভিহিত কৰি ভাৰতে নিজৰ নাগৰিকৰ প্ৰতি এনে ব্যৱহাৰ কিয় সহ্য কৰিব লাগে বুলি প্ৰশ্ন উত্থাপন কৰে। বিদেশত থকা ভাৰতীয় নাগৰিকৰ সুৰক্ষা প্ৰধানমন্ত্ৰীৰ মৌলিক দায়িত্ব বুলি জোৰ দি প্ৰধানমন্ত্ৰী মোদীক মৌনতা ভংগ কৰি ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আৰু মৰ্যাদা সুনিশ্চিত কৰিবলৈ আমেৰিকাৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতিবলৈ আহ্বান জনায়।

The Modi Government is failing to protect the honour of India and Indians.

For the first time in history, a US head of state has announced a ceasefire between India and Pakistan in Washington DC. The US President is continuously claiming credit for maintaining pressure on India.… pic.twitter.com/h8wMFruxLu

— Jairam Ramesh (@Jairam_Ramesh) June 10, 2025
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd