• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষি আইনৰ বিৰুদ্ধে বিশেষ অধিৱেশন অনুষ্ঠিত কৰি প্রস্তাৱ গ্ৰহণ কৰিব কংগ্ৰেছ শাসিত ৰাজ্য সমূহে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2020 10:41 am
a krishi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি তীব্ৰ প্ৰতিবাদ হোৱাৰ সময়তে কংগ্ৰেছ শাসিত ৰাজ্য সমূহৰ বিধান সভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।সেই মৰ্মে  কংগ্ৰেছ শাসিত ৰাজ্য সমূহৰ বিধান সভাই কৃষক আইন বিৰোধী বিধেয়ক গ্ৰহণ কৰিব আৰু সেয়া ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰিব।

কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ থকা ৰাজ্য যেনে মহাৰাষ্ট্ৰ,ঝাৰখণ্ড আদি ৰাজ্য সমূহেও বিধেয়ক খনৰ প্ৰতি সমৰ্থন জনাব।আনকি অনা-কংগ্ৰেছী ৰাজ্য পশ্চিম বংগয়ো বিধেয়ক খনৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিব বুলি জানিব পৰা গৈছে।

Apply Now

উল্লেখ্য কৃষকক শ্ৰম উৎপাদিত ফচলৰ অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ ওলোৱা তিনিখনকৈ কৃষক আইনৰ  কংগ্ৰেছে শাসনলৈ আহিলেই বাতিল কৰাৰ প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে।

পঞ্জাৱৰ মোগাত ট্ৰেক্টৰ ৰেলীত ভাগলৈ ৰাহুল গান্ধীয়ে কয় যে তিনি খনকৈ কৃষি আইনৰ জৰিয়তে চৰকাৰে দেশৰ কৃষকৰ সকলো অধিকাৰ কাঢ়ি নিব বিচাৰিছে।

এই আইনে কৃষকক তেওঁলোকৰ উৎপাদিত ফচলৰ ওপৰত থকা অধিকাৰ কাঢ়ি নিব বুলি উল্লেখ কৰি ৰাহুলে কয় যে কংগ্ৰেছ শাসনলৈ আহিলেই কৃষকক ভাতে মাৰিবলৈ ওলোৱা তিনিও খন কৃষি আইন বাতিল কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছৌদি আৰৱক ৪-০ গ’ল, বিশ্বকাপত প্ৰথম জয় স্পেইনৰ; ইয়ামাল নমাৰ পিছতেই বিধ্বংসী স্পেনিছ আৰ্মাডা

ছৌদি আৰৱক ৪-০ গ’ল, বিশ্বকাপত প্ৰথম জয় স্পেইনৰ; ইয়ামাল নমাৰ পিছতেই বিধ্বংসী স্পেনিছ আৰ্মাডা

June 22, 2026 9:28 am
গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

June 22, 2026 8:14 am
হাইটিৰ বিৰুদ্ধে মেচত জয়লাভৰ পিছতে ব্ৰাজিলত এলিয়েনৰ আক্ৰমণ? মাজনিশা এলাৰ্ট, তীব্ৰ আতংক

হাইটিৰ বিৰুদ্ধে মেচত জয়লাভৰ পিছতে ব্ৰাজিলত এলিয়েনৰ আক্ৰমণ? মাজনিশা এলাৰ্ট, তীব্ৰ আতংক

June 22, 2026 7:46 am
কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছৌদি আৰৱক ৪-০ গ’ল, বিশ্বকাপত প্ৰথম জয় স্পেইনৰ; ইয়ামাল নমাৰ পিছতেই বিধ্বংসী স্পেনিছ আৰ্মাডা

ছৌদি আৰৱক ৪-০ গ’ল, বিশ্বকাপত প্ৰথম জয় স্পেইনৰ; ইয়ামাল নমাৰ পিছতেই বিধ্বংসী স্পেনিছ আৰ্মাডা

June 22, 2026 9:28 am
গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

June 22, 2026 8:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd