• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছে গঢ়ি যোৱা দেশখন ধ্বংস কৰিবলৈ দিয়া নহ‘ব : কংগ্ৰেছৰ পদযাত্ৰাত ৰিপুন বৰা

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
December 30, 2019 9:21 pm
Congress CAA protest

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ব্যাপক প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি ভাৰতীয় জাতীয় কংগ্ৰেছে নগাঁও জিলাৰ চামগুৰিত ৰূপায়ন কৰিলে জাতীয় অস্তিত্ব ৰক্ষাৰ জন জগৰণ সভা।

আজি কংগ্ৰেছ দলৰ নেতা-কৰ্মীসহ প্ৰায় সহস্ৰাধিক কা‘ বিৰোধী প্ৰতিবাদী ৰাইজে শদিয়াৰ পৰা ধুবুৰীলৈকে এক বিশাল পদযাত্ৰা কৰি আহি দলটোৱে চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হৈ অস্তিত্ব ৰক্ষাৰ এখন বিশাল জন জাগৰণ সভা অনুষ্ঠিত কৰে।

Apply Now

অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সভাত উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা অসম প্ৰভাৰী হৰিশ ৰাৱাত উপস্থিত থাকি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনক সমালোচনা কৰে।

ৰাজ্য তথা কেন্দ্ৰত থকা বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰি জাতি ধ্বংসী কাৰ্যত লিপ্ত হোৱা বিষয়টোত ক্ষুৰধাৰ সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

বৰাই সমালোচনা কৰি কয় ‘বিজেপি চৰকাৰে লাখ লাখ বিদেশী মানুহৰ বোজা আমাক জাপি দিব বিছাৰিছে‌। ইতিহাসে কৈছে যে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত কংগ্ৰেছ দলে বিভিন্ন সময়ত কাম কৰি আহিছে। অসমীয়া জাতিৰ ৰক্ষাৰ বাবে কংগ্ৰেছ দলে গোপীনাথ বৰদলৈৰ নেতৃত্বত আন্দোলন কৰি সফলতা লাভ কৰাৰ উদাহৰণ আছে। অসমীয়া ৰাইজে আৰ এছ এছৰ কথাত উঠা বহা নকৰে’।

সাংসদ গৌৰৱ গগৈয়ে নিজৰ ভাষনত কয় যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কা‘ আইন বাতিলৰ বাবে দাবী উত্থাপন কৰক আৰু নোৱাৰিলে অসম আৰু অসমৰ ৰাইজৰ স্বাৰ্থত যদি সাহস আছে পদত্যাগ কৰক।

লগতে তেওঁ কয় যে কংগ্ৰেছ শাসনত থাকক বা নাথাকক, সদায় ৰাইজৰ স্বাৰ্থত কংগ্ৰেছে কা‘ আইন কেতিয়াও মানি নলয়।অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই আঁত ধৰা সভাখনত প্ৰাক্তন মন্ত্ৰী অজন্ত নেওগ আৰু ৰকিবুল হুছেইনেও ভাষন প্ৰদান কৰে।

পৰৱৰ্তী সময়ত জন জাগৰণ সভাত উপস্থিত থকা নেতা-কৰ্মীসহ সকলো কা‘ বিৰোধী প্ৰতিবাদী ৰাইজে চামগুৰিৰ পৰা পদযাত্ৰা কৰি সন্ধিয়া প্ৰায় ৫ বজাত ভেলেউগুৰিস্থিত ৰাজহুৱা পুথি ভঁৰালত উপস্থিত হৈ দ্বিতীয়খন সভা অনুষ্ঠিত কৰে।

পদযাত্ৰী সকলক চামগুৰি হাঁহচৰা অঞ্চলৰ বহু সংখ্যক প্ৰতিবাদী যুৱক-যুৱতীয়ে জোঁৰ লৈ সমদল কৰি সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়।

আজিৰ এই বিশাল জনজাগৰণ সভাত বিধায়িকা অজন্তা নেওগ, বিধায়ক নুৰুল হুদা, সাংসদ গৌৰৱ গগৈ উপস্থিত থকাৰ উপৰি প্ৰদেশ কংগ্ৰেছৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থকাৰ উপৰি তপন শৰ্মাকে ধৰি প্ৰদেশ কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ বহু কেইগৰাকী বিষয়ববীয়াই অংশ গ্ৰহণ কৰে।

বিদ্যুত জ্যোতি বৰা

বিদ্যুত জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd