• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

“কা” বিৰোধী আন্দোলনৰ পাঁচ চহিদলৈ ২ লাখ টকা কৈ সাহায্য ৰাহুল গান্ধীৰ

বিধায়ক ৰেকিবুদ্দিন আহমেদে নিজাববীয়াকৈ ২ লাখ টকাৰ সাহায্য আগবঢ়াই দিপাঞ্জলৰ পৰিয়ালক

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 28, 2019 9:39 pm

2 min read

“কা” বিৰোধী আন্দোলনৰ পাঁচ চহিদলৈ ২ লাখ টকা কৈ সাহায্য ৰাহুল গান্ধীৰ
903
VIEWS
Share on FacebookShare on Twitter

দিল্লী অভিমুখে ৰাওনা হোৱাৰ পূৰ্বে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা সাংসদ তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীয়ে “কা” বিৰোধী আন্দোলনৰ ৫ চহিদৰ পৰিয়ালক  ২ লাখকৈ টকাৰ  আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে।

ৰাহুল গান্ধীক বিদায় জনোৱাৰ পিছতেই বিমান বন্দৰৰ পৰা পোনে পোনে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱট, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইন আৰু ছয়গাওঁ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদকে ধৰি প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল এটাই চহিদ দিপাঞ্জল দাস আৰু ছেম ষ্টেফৰ্ডৰ  ঘৰলৈ গৈ ২ লাখকৈ টকা প্ৰদান কৰে।

ইপিনে ছয়গাওঁ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে নিজাববীয়াকৈ ২ লাখ টকাৰ সাহায্য আগবঢ়াই দিপাঞ্জলৰ পৰিয়াললৈ। সেই ধনেৰে দিপাঞ্জলৰ পিতৃক এখন ই-ৰিক্সা ক্ৰয় কৰিবৰ বাবে অনুৰোধ জনায় ৰেকিবুদ্দিনে।

ইয়াৰোপৰি বিধায়কজনে দীপাঞ্জলৰ চহিদ বেদী নিৰ্মাণৰ বাবেও সাহায্য আগবঢ়াব বুলি জানিবলৈ দিয়ে।

আনহাতে কাইলৈ ৰাৱটৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল এটাই ওডালগুৰি আৰু ভৱানীপুৰলৈ গৈ আন দুজন চহিদৰ পৰিয়ালক ২ লাখ টকাৰ সাহায্য আগবঢ়াব বুলি জানিবলৈ দিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাতে।

তাৰোপৰি দুদিন পিছত ডিব্ৰুগড়লৈ গৈ চহিদ দ্বিজেন পাংগিঙৰ পৰিয়ালক দুই লাখকৈ টকা আগবঢ়াব বুলি তেওঁ জনায়।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুলু আহমেদেও চহিদ ছেম ষ্টেফ’ৰ্ডক ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়াইছিল।

Recent News

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

WhatsApp Image 2021-01-19 at 7.18.21 AM

গাব্বাত ছিৰাজৰ দমনীয় বলিং! ১৭ বছৰ পুৰণি অভিলেখ স্পৰ্শ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd