• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনীয়াত বিগত বিধানসভাৰ নিৰ্বাচনতকৈ চল্লিশ হাজাৰ ভোট কমিল কংগ্ৰেছৰ

পুলেন্দ্র দাস by পুলেন্দ্র দাস
October 24, 2019 7:48 pm
WhatsApp Image 2019-10-24 at 6.21.22 PM

বিজয়ীৰ প্ৰমান পত্ৰ গ্ৰহণ কৰাৰ সময়ত জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনীয়া সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফলত এ আই য়ু ডি এফৰ ড° হাফিজ ৰফিকুল ইছলাম বৃহৎ ভোটৰ ব্যৱধানত জয়ী হবলৈ সক্ষম হৈছে ৷

ৰফিকুল ইছলামে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ছামচুল হকক প্ৰায় ৩৫ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰি বিধায়ক নিৰ্বাচিত হয় ৷

Apply Now

বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ভোট গণনাৰ ফলাফল অনুসৰি এ আই ইউ ডি এফৰ ৰফিকুল ইছলামে ৮১,৭৬৪  টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ ছামচুল হকে লাভ কৰে ৪৬,৬৩৪ টা ভোট ৷

এ আই য়ু ডি এফৰ ৰফিকুল ইছলামে কংগ্ৰেছৰ ছামচুল হকক ৩৫,১৩০ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি জনীয়াৰ বিধায়ক নিৰ্বাচিত হয় ৷

আনহাতে, বিজেপিৰ তৌফিকুৰ ৰহমানে লাভ কৰে ১৫,৩৪৮ টা ভোট ৷ ফলাফল অনুসৰি অন্যান্য প্ৰাৰ্থী ক্ৰমে চি পি আই(এম)ৰ ৰুস্তম আলীয়ে ২৫৭২ টা, ৰফিকুল ইছলামে ১০০৭ টা, চান্দ মামুদে ৯১০ টা, আব্দুল জলিল তালুকদাৰে ৬৪৩ টা, সুভাষ সুত্ৰধৰে ৫৬৮ টা আৰু ফাৰুক খানে ৩৪৮ টা ভোট লাভ কৰে ৷ ন’টাত পৰে ৬৪৮ টা ভোট ৷

লক্ষণীয় যে, বিগত বিধানসভাৰ নিৰ্বাচনতকৈ এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ দলে সমষ্টিটোত প্ৰায় চল্লিশ হাজাৰ ভোট কম পায়৷

ইপিনে এই ফলাফলৰ পাছতে নৱ নিৰ্বাচিত বিধায়ক ৰফিকুল ইছলামে সংবাদ মাধ্যমৰ জৰিয়তে সমষ্টিবাসীৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জনায় ৷

তেওঁ কয় যে, বিধায়ক হিচাপে তেওঁ মাথোঁ ডেৰ বছৰহে সময় পাব ৷ এই সময়ছোৱাত সমষ্টিটোৰ উন্নয়নৰ বাবে বিধানসভাৰ ভিতৰে বাহিৰে তেওঁ সম্পূৰ্ণ চেষ্টা চলাব ৷

সৰ্বানন্দ সোণোৱাল যিহেতু অসমৰ মুখ্য মন্ত্ৰী সেয়ে জনীয়াৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে মুখ্য মন্ত্ৰী গৰাকীয়ে চেষ্টা চলাব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷

নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পাছতে এ আই য়ু ডি এফৰ কৰ্মীসকলে ফটকা ফুটাই আনন্দত মতলীয়া হয় ৷ জিলা কাৰ্যালয়তো নেতা-কৰ্মীসকলৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয় ৷

পুলেন্দ্র দাস

পুলেন্দ্র দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd