• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

“কংগ্ৰেছ ক্ষমতালৈ আহিলে লুই বাৰ্জাৰ- সাৰদা কেলেংকাৰীৰ গোচৰৰ ফাইল পুনৰ খোলা হ’ব”

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 4, 2021 6:26 pm

1 min read

“কংগ্ৰেছ ক্ষমতালৈ আহিলে লুই বাৰ্জাৰ- সাৰদা কেলেংকাৰীৰ গোচৰৰ ফাইল পুনৰ খোলা হ’ব”
476
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ সাংসদ আৰু দলটোৰ জ্যেষ্ঠ নেতা প্ৰত্যুৎ বৰদলৈয়ে দেওবাৰে কয় যে বিধানসভা নিৰ্বাচনত যদি কংগ্ৰেছ ক্ষমতালৈ আহে, তেন্তে লুই বাৰ্জাৰ আৰু সাৰদা কেলেংকাৰীৰ গোচৰৰ ফাইলসমূহ পুনৰ খোলা হ’ব।

নিৰ্বাচনৰ তৃতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে বৰদলৈয়ে এনেদৰে মহাপ্ৰতাপী মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক আক্ৰমণ কৰে।

”সাৰদা, ডিমা হাচাউ জিলা পৰিষদৰ কেলেংকাৰীৰ পৰা লুই বাৰ্জাৰ কেলেংকাৰীলৈকে, তেওঁৰ নাম সাঙোৰ খাইছিল।”- সাংসদ বৰদলৈয়ে এইদৰে কয়- ”কেন্দ্ৰীয় চৰকাৰে এটা দুতলীয়া স্থিতি লৈ আহিছে, তেওঁলোকে গোৱাত লুই বাৰ্জাৰ গোচৰসমূহৰ ব্যৱস্থা লৈছিল, কাৰণ গোৱাত বিৰোধী চৰকাৰ আছিল। অসমত হিমন্তবিশ্ব শৰ্মা মূল অভিযুক্ত, কিন্তু সকলোবিলাক গাপ দি থোৱা হৈছে।”

তেওঁ কয় যে কংগ্ৰেছ দলৰ হৈ ঘোষণা কৰিবলৈ উলাইছে যে দলে চৰকাৰ গঠন কৰিলে গোচৰসমূহ পুনৰ চলোৱা হ’ব, কাৰণ ন্যায় প্ৰদান কৰিবই লাগিব।

Recent News

Sunidhi

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

index.jpg

কোভিড১৯ত আক্ৰান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

index

এফালে কৰোনাতংকত কঁপি আছে দেশ; আনফালে ‘অক্সিজেন যুদ্ধ’ত প্ৰবৃত্ত দেশৰ কেবাখনো প্ৰদেশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd