• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কংগ্ৰেছৰ বাবে কি হ’ব ২০২১ৰ প্ৰধান নিৰ্বাচনী ইচ্ছু?

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 5, 2020 7:23 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ আমোলত চলি ‘দুৰ্নীতি, চেণ্ডিকেটৰাজ আৰু বন ধংসক’ মূল ইচ্ছু হিচাপে লৈ ২০২১ চনত নিৰ্বাচনী ৰণত নামিব ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এই কথা প্ৰকাশ কৰিছে।

আজি ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত বৰাই কয়, ‘ৰঞ্জিত দাসে যিমান ৰিপৰ্ট কাৰ্ডৰ কথা কলেও ২১ৰ বিধানসভা নিৰ্বাচনত প্ৰধান ইচ্ছু হ’ব বিজেপিৰ চূড়ান্ত দুৰ্নীতি, চেণ্ডিকেট আৰু বন ধংস। তাত ৰঞ্জিত দাসৰ ৰিপৰ্ট কাৰ্ড তিস্তিব নোৱাৰিব।’

Apply Now

‘২০২১ত বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে। আমি ১০০+ পাম বুলি নকওঁ আমাৰ মিছন ৮০। দলৰ স্বাৰ্থত নহয় ৰাইজৰ স্বাৰ্থত ৰাজনীতি কৰিম।‘ বৰাৰ মন্তব্য।

সংবাদমেলত দিহিং পাটকাইত চলি থকা কয়লাৰ মুক্ত খনন সন্দৰ্ভত ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে বৰাই।

তেওঁ কয়, ‘বিজেপি চৰকাৰৰ নেতৃত্বত বন ধ্বংস যজ্ঞ চলিছে ৰাজ্যত। দিহিং পাটকাই ধংসৰ বাবে দায়ী অসম চৰকাৰ। নিৰ্বাচনী ইস্তাহাৰত ৰাজ্যৰ পৰিৱেশ সংৰক্ষণ কথা কোৱা চৰকাৰে বিপৰীত দিশত অৱস্থান কৰিছে।‘

‘২০০৩ চনত দিহিং পাটকাই খননৰ চুক্তি শেষ হৈছিল। অটল বিহাৰী বাজপেয়িয়ে পুনৰ খননৰ বাবে অনুমতি বিচাৰি অসম চৰকাৰলৈ পত্ৰ লিখিছিল কিন্তু ২০০৩ চনত তৰুণ গগৈ চৰকাৰে অনুমতি দিয়া নাছিল। সেয়ে বাচি আছিল দিহিং পাটকাই অভ্যাৰণ্য। কিন্তু পুনৰ সৰ্বানন্দ চৰকাৰে কেন্দ্ৰৰ সৈতে মিলি ধংস কৰিব বিচাৰিছে।‘ বৰাই কয়।

বিজেপিক সমালোচনা কৰি বৰাই কয় ‘সাপ হৈ খুটে, বেজ হৈ জাৰে বিজেপি চৰকাৰে। অসমবাসীক মূৰ্খ সজাইছে বিজেপিয়ে। লকডাউনৰ সুবিধা লৈ নিশা কয়লা সৰবৰাহ হৈ আছে। জড়িত আছে বহু বিজেপি নেতা। কয়লা চিণ্ডিকেট দূৰ্নীতি ইচ্ছু লৈ ২১ত  আমি ৰাইজৰ কাষ চাপিম।‘

প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত চৰম দূৰ্নীতি চলিছে বুলি উল্লেখ কৰি বৰাই আৰু কয়, ‘বিজেপি নেতৃত্বাধীন পঞ্চায়ত তথা নেতা-পালিনেতাই লুটিলে আঁচনিৰ ধন। উপযুক্ত কৃষকে নাপালে আচনিৰ টকা। চৰকাৰে আঁচনিৰ গাইডলাইন নামানি নিৰ্বাচনৰ লক্ষ্যৰে প্ৰায় ১৮০০ কোটি টকা কেলেংকাৰি কৰিলে।‘

অসম প্ৰদেশ কংগ্ৰেছে প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধিৰ চি বি আইৰ তদন্ত বিচাৰিছে বুলি উল্লেখ কৰি বৰাই দূৰ্নীতিত লিপ্তসকলক শাস্তি দিবলৈ মূখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনায়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd