DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, February 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী সম্পৰ্কত অসন্মানজনক প’ষ্ট কৰা কংগ্ৰেছ কৰ্মীক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2021 8:06 am
IMG_20210603_202311_1622737141108_1622737156484

কংগ্ৰেছ কৰ্মী আবিৰ চৌধুৰী।

254
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সম্পৰ্কত ফেচবুকত অসন্মানজনক প’ষ্ট শ্বেয়াৰ কৰা কাছাৰ জিলাৰ এগৰাকী কংগ্ৰেছ কৰ্মীক বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰিছে।

জানিব পৰা মতে, যোৱা ১৭ মে’ত শিলচৰৰ কংগ্ৰেছ আই টি চেলৰ কৰ্মী আবিৰ চৌধুৰীৰ বিৰুদ্ধে বিজেপিৰ যুৱ মৰ্চাই এজাহাৰ দাখিল কৰিছিল। বৃহস্পতিবাৰে আৰক্ষীয়ে আবিৰ চৌধুৰীক আটক কৰি জেৰা চলায়।

আই টি এক্টৰ অধীনত ঘৰৰ কাষৰ পৰাই আটক কৰা কংগ্ৰেছ কৰ্মী আবিৰ চৌধুৰীৰ মোবাইল ফোনটোও জব্দ কৰা হৈছে।

অৱশ্যে প্ৰাথমিক জেৰাৰ পাছত কংগ্ৰেছ কৰ্মীগৰাকীক যাবলৈ দিয়া হয় যদিও আৰক্ষীয়ে বিচাৰিলেই হাজিৰ হ’ব লাগিব বুলি কোৱা হৈছে।

কাছাৰৰ বিজেপি যুৱ মৰ্চাৰ নেতা অমিতেশ চক্ৰৱৰ্তীয়ে এই সন্দৰ্ভত কয়, ‘’অপৰাধীসকলৰ সৈতে প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰীক তুলনা কৰা, তেওঁলোকক ভাইৰাছ বুলি তুলি ধৰা কথাটো মানি ল’ব নোৱাৰি। নীতি-আদৰ্শক সমালোচনা কৰা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ছচিয়েল মিডিয়াত অপমান কৰাৰ মাজত এটা পাৰ্থক্যৰ সীমাৰেখা থকা উচিত। অভিযোগৰ পাছত আৰক্ষীয়ে তেওঁক আটক কৰাৰ বাবে আৰক্ষীলৈ ধন্যবাদ।‘’

আনহাতে, শিলচৰ কংগ্ৰেছৰ মুখপাত্ৰ জ্যোতিন্দ্ৰ দেই কয় যে আৰক্ষীয়ে তেওঁলোকৰ কৰ্তব্য কৰিছে। ইয়াক লৈ আমাৰ একো ক’বলগীয়া নাই। কিছুমান বাতৰিৰ লিংক শ্বেয়াৰ কৰাৰ বাবেই যদি গোচৰ তৰা হয় তেতিয়াহ’লে ই সুস্থ গণতন্ত্ৰৰ লক্ষণ হ’ব নোৱাৰে।

তেওঁ অভিযোগ কৰি কয় যে সেই লিংকৰ সৈতে চৌধুৰীয়ে একো লিখাও নাছিল। চৰকাৰে এইটো বুজাব খুজিছে নেকি যে শাসক দলৰ বিৰুদ্ধে কোনোবাই সমালোচনা কৰিলেই তেওঁ জে’লত যাব লাগিব?

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd