• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মঙলদৈত কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাক দলীয় সমৰ্থকৰ উষ্ম আদৰণি

NE NOW NEWS এন ই নাও নিউজ
মঙলদৈ , March 23, 2019 11:14 pm

1 min read

মঙলদৈত কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাক দলীয় সমৰ্থকৰ উষ্ম আদৰণি
348
VIEWS
Share on FacebookShare on Twitter

আজি মংগলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাক সহস্ৰাধিক দলীয় সমৰ্থকে উষ্ম আদৰণি জনায়। শনিবাৰে জিলাখনৰ ওদালগুৰি, মাজবাট, পানেৰী আৰু কলাইগাঁও বিধান সভা সমষ্টিৰ দলীয় কৰ্মীৰে মিলিত হয় কলিতাই ৷

১৫ টা বছৰে বিজেপিৰ দখলত থকা মংগলদৈ লোকসভা সমষ্টি দখল কৰিবলৈ তৎপৰ হৈ পৰা কংগ্ৰেছী প্ৰাৰ্থীগৰাকী সমষ্টিত উপস্থিত হৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৰৱ হৈ পৰে।

কংগ্ৰেছ প্ৰাৰ্থীজনে বিধেয়কখনৰ বিৰুদ্ধে মাত মাতি যাব উল্লেখ কৰাৰ লগতে বিজেপি দলে বিধেয়কখন আনিলে ইয়াক প্ৰতিহত কৰিব বুলি মন্তব্য কৰে। তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিৰোধী গণতান্ত্ৰিক শক্তি একত্ৰিত হোৱা বুলি কোৱাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত ইয়াৰ বহিপ্ৰকাশ হ’ব বুলিও মন্তব্য কৰে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd