DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰে বেংগলী মানুহৰ আবেগক লৈ ৰাজনীতি কৰিছে : প্ৰদ্যুৎ বৰদলৈ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 14, 2019 10:19 pm
1k
VIEWS
Share on FacebookShare on Twitter

‘কংগ্ৰেছৰ গাত শেষৰ এক টোপাল তেজ থকালৈকে এন আৰ চিৰ নামত হাৰাশাস্তি হোৱা প্ৰকৃত ভাৰতীয়সকলৰ ন্যায্য প্ৰাপ্তিৰ পক্ষত যুঁজ দিব।’ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই লিডুৰ ঠাকুৰবাৰীত আজি সন্ধ্যা অনুষ্ঠিত এক সভাত এই মন্তব্য কৰে।

উল্লেখযোগ্য যে পৰিস্থিতি অধ্যয়ন, মত বিনিময় আৰু সজাগতা সৃষ্টিৰ লক্ষ্যৰে এন আৰ চিত নাম বাদ পৰা ভাৰতীয় নাগৰিকসকলৰ কাষলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আৰম্ভ কৰা বাছ যাত্ৰা আজি তিনিচুকীয়া জিলাৰ ১২৪ নং  মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ লিডু ঠাকুৰবাৰী আৰু জাগুনত উপস্থিত হয়।

সভাত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে, ‘বহু লোকৰ এন আৰ চিত নাম নথকাৰ বাবে শংকিত হৈ মৃত্যুমুখত পৰিবলগীয়া হৈছে। তেওঁলোকৰ আত্মসন্মানত আঘাত লগা কাম কৰিছে বিজেপি চৰকাৰে।’

তাৰোপৰি বৰদলৈয়ে কয় যে, ‘বিজেপি চৰকাৰে বেংগলী মানুহৰ আবেগক লৈ ৰাজনীতি কৰিছে। অসমৰ ডিটেনশ্যন কেম্পত সকলোতকৈ বেছি বেংগলী লোক আছে। হিন্দু বেংগলী লোকসকলক পাশা খেলৰ গুটি হিচাপে ব্যৱহাৰ কৰিছে। বেজ হৈ যাৰে, সাপ হৈ খুটে।’

সাংসদ বৰদলৈয়ে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ পৃষ্ঠপোষকতাত চোৰাং কয়লাৰ বেহা চলি থকাৰ অভিযোগ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

তেওঁ অবৈধভাৱে কয়লা খনন কৰিবলৈ গৈ ৮০ ৰো অধিক শ্ৰমিকে প্ৰাণ হেৰুৱা বুলি উল্লেখ কৰি তেওঁ এনে ঘটনাসমূহ বহিঃজগতৰ পৰা আৰক্ষী প্ৰশাসনে লুকুৱাই ৰখা বুলি অভিযোগ কৰি এনে চক্ৰত দুজনমান সাংবাদিকো জড়িত থকা বুলি কয়।

২০১৯ চনৰ পাছত নৰেন্দ্ৰ মোডী প্ৰধান মন্ত্ৰী হোৱাৰ পাছত এন আৰ চিৰ নামত ৰাজনীতিৰ খেল আৰম্ভ হৈছে বুলি বৰদলৈয়ে উল্লেখ কৰি জনসাধাৰণৰ বিপদৰ বন্ধু সদায় কংগ্ৰেছ দল, বিজেপি নহয় বুলি কয়।

Recent News

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা,শীৰ্ষ বাছনিৰ অৰ্পণ দাসৰ অগ্ৰগতি

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা,শীৰ্ষ বাছনিৰ অৰ্পণ দাসৰ অগ্ৰগতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd