• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ জ্ঞানদাভিৰাম বৰুৱা আইন ছাত্ৰাৱাসত সংবিধান দিৱস উদযাপন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 26, 2019 9:07 pm

1 min read

University Story

গুৱাহাটী বিশ্ববিদ্যালয়ত সংবিধান দিৱস উদযাপনৰ সময়ত

2.8k
VIEWS
Share on FacebookShare on Twitter

বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত জ্ঞানদাভিৰাম বৰুৱা (অসম আৰ্হি ৯ নং) আইন ছাত্ৰাৱাসে আজি ব্যতিক্ৰমীভাৱে ৰাষ্ট্ৰীয় সংবিধান দিৱস উদযাপন কৰে।

ছাত্ৰাৱাসটোৰ উদ্যোগত আয়োজিত অনুষ্ঠানত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সমস্বৰে ভাৰত বৰ্ষৰ পৱিত্ৰ সংবিধানৰ প্ৰস্তাৱনাটো পাঠ কৰে।

অনুষ্ঠানটোত অতিথি হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিৱ ড০ দিলীপ বৰা আৰু ছাত্ৰাৱাসটোৰ অধীক্ষক ড০ দীপাংকৰ দাসে।

দুয়োগৰাকী অতিথিয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ আগত সংবিধান দিৱসৰ তাৎপৰ্য্য বাখ্যা কৰে।

ড০ বৰাই আইনৰ শাসন প্ৰতিষ্ঠাত আইনৰ ছাত্ৰৰ ভূমিকা সম্পৰ্কে বিশ্লেষণ আগবঢ়োৱাৰ বিপৰীতে ড০ দাসে সংবিধানৰ মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্যৰ সামাঞ্জস্যৰ ওপৰত আলোকপাত কৰে।

অনুষ্ঠানত বিভিন্ন অতিথিৰ লগতে ছাত্ৰাৱাসটোৰ প্ৰাক্তন আৱাসী তথা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক উৎপল শৰ্মাও উপস্থিত থাকে।

আৱাসটোৰ ছাত্ৰধীক্ষক ৰণজিৎ সাহাই সংবিধান দিৱসৰ লগত সংগতি ৰাখি ৰাতিপুৱাৰ ভাগত বৃক্ষৰোপন কাৰ্য্যসূচীয়ো ৰূপায়ণ কৰা হয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Recent News

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd