DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নিয়মিত পিঁয়াজ খাওক আৰু সুস্থ থাকক; জানক পিঁয়াজৰ বিশেষ উপকাৰিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2020 12:02 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

39.7k
VIEWS
Share on FacebookShare on Twitter

যদিহে আপুনি নিজক ৰোগমুক্ত কৰি এক সুস্থ স্বাস্থ্যৰ অধিকাৰী হ’ব খুজিছে তেন্তে নিয়মিতৰূপে পিঁয়াজ খোৱা আৰম্ভ কৰক কাৰণ পিঁয়াজত আছে আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী বহু ঔষধি গুণ।

চিকিৎসকৰ মতে নিয়মিতৰূপে আহাৰৰ সৈতে পিঁয়াজ খালে ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

পিঁয়াজত প্ৰচুৰ পৰিমানে এণ্টিঅক্সিটেণ্ট আৰু ভিটামিন চি থাকে যি কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। ৰঙা পিয়াঁজ খালে কেন্সাৰ হোৱাৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পায় বুলি কানাডাৰ এটা গৱষেকৰ দলে কৰা এক গৱেষণাত প্ৰকাশ।

কেৱল কেন্সাৰ প্ৰতিৰোধে নহয় চিকিৎসকৰ মতে নিয়মিতৰূপে পিঁয়াজ খালে আন বহু ৰোগৰ পৰাও আমি হাত হাৰি থাকিব পাৰো।

আনহাতে গৰমকালি পিয়াঁজ খালে হাৰ্টষ্ট্ৰ’ক অহাৰ পৰাও বাচি থাকিব পাৰি।

চুলিৰ গুৰিত পিঁয়াজৰ ৰসেৰে মালিচ কৰিলে চুলি সৰা বন্ধ হোৱাৰ লগতে চুলিৰ গুৰি মজবুত হয়।

ইয়াৰ উপৰি পিঁয়াজ খালে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি পায়। পিঁয়াজে আমাৰ দেহৰ তেজ শোধন কৰাতো যথেষ্ট সহায় কৰে।

Recent News

Rahul Gandhi

সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে: লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

opposition parties goes Supreme Court

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ: চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ১৪ টা বিৰোধী দল

Salman Khan

ব্ৰিটেইনৰ পৰা আহিছিল ছলমাল খানক হত্যাৰ ভাবুকিৰ মেইল! মেইলৰ সৈতে সংলগ্ন ব্ৰিটেইনৰ ফোন নম্বৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd