DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ কণ্টেইনাৰ জব্দ

ৰিদিপ শৰ্মা, কলিয়াবৰ by ৰিদিপ শৰ্মা, কলিয়াবৰ
December 29, 2021 1:23 pm
Arunachali liquor seized
131
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ চুলুং আৰক্ষীয়ে আজি এক অভিযানত অৰুণাচলৰ পৰা সৰবৰাহ কৰা সুৰাভৰ্তি কন্টেইনাৰ বাহন জব্দ কৰে।

কলিয়াভোমোৰা দলঙৰ সমীপৰ পৰা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথত জব্দ কৰা হয় অৰুণাচলী সুৰাভৰ্তি কন্টেইনাৰ খন।

চুলুং আৰক্ষীয়ে তালাচি কালত জব্দ কৰে অৰুণাচলী সুৰাভৰ্তি AS01NC 4927 নম্বৰৰ কন্টেইনাৰখন।

প্ৰায় ১৫ লাখ ৮৭ হাজাৰ টকা মূল্যৰ ১৫০০ কেচ অৰুণাচলী সুৰা লৈ আহিছিল কন্টেইনাৰখনে।

চুলুং আৰক্ষীয়ে জব্দ কৰা গাড়ীখনৰ নথি-পত্ৰ সহ চমজাই দিয়ে কলিয়াবৰ আবকাৰী বিভাগক।

অৱশ্যে কলিয়াবৰ আবকাৰী বিভাগে কি ভূমিকা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হব।

Recent News

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

গুৱাহাটী বিশ্ববিদ্যালয় : যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সতীৰ্থ সন্মিলন

গুৱাহাটী বিশ্ববিদ্যালয় : যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সতীৰ্থ সন্মিলন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd