• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদালতৰ ৰায়ক অৱমাননা! : মুকলি আকাশৰ তললৈ নাহিল কাৰাৰুদ্ধ মানস কোঁৱৰ

ক'ৰ'ণাৰ হতস্পট গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত মানস কোঁৱৰক সুমুৱাই ৰাখি ক'ৰ'ণা আক্ৰান্ত কৰাৰ ষড়যন্ত্ৰত চৰকাৰ লিপ্ত হৈছে; ভয়ংকৰ অভিযোগ কৃষক মুক্তিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 13, 2020 7:35 pm
index.jpg111

প্ৰতিকী ফ'টো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদালতৰ ৰায়ক অৱমাননা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বিৰুদ্ধে।

চান্দমাৰিস্থিত NIAৰ আদালতে আজি ছাত্ৰ মুক্তিৰ মানস কোঁৱৰৰ জামিন মঞ্জুৰ কৰিছিল।

Apply Now

কিন্তু জামিন মঞ্জুৰ কৰাৰ পাছতো মুকলি আকাশৰ তললৈ আহিব নোৱাৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতিগৰাকী।

কণ্টেইনমেণ্ট জ’নৰ দোহাই দি মানসক কাৰাবন্দী কৰি ৰখাৰ গুৰুতৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।

জিলা উপায়ুক্তৰ নিৰ্দেশ অবিহনে মানস কোঁৱৰক মুক্তি দিয়াত অমান্তি কাৰাগাৰ কৰ্তৃপক্ষ।

আদালতে ৰায় দিয়াৰ পাছত পুনৰ জিলা উপায়ুক্তৰ অনুমতিৰ ক’ত প্ৰয়োজন বুলি প্ৰশ্ন KMSSৰ সভাপতি ভাস্ক’ ডি শইকীয়াৰ।

“জেইল কতৃপক্ষ আৰু জিলা উপায়ুক্তই আদালতৰ ৰায়ক অৱমাননা কৰিছে। মানস কোঁৱৰে জামিন লাভ কৰাৰ পাছতো তেওঁলোকে কাৰাগাৰৰ পৰা কণ্টেইনমেণ্ট আৰু কোভিড প্ৰটোকলৰ দোহাই দি কাৰাৰুদ্ধ কৰি ৰাখিব খুজিছে মানস কোঁৱৰক।” সংবাদ মাধ্যমৰ আগত এইদৰে কয় ভাস্ক’ ডি শইকীয়াই।

ইপিনে, ক’ৰ’ণাৰ হতস্পট গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত মানস কোঁৱৰক সুমুৱাই ৰাখি ক’ৰ’ণা আক্ৰান্ত কৰাৰ ষড়যন্ত্ৰত চৰকাৰ লিপ্ত হোৱা বুলিও ভয়ংকৰ অভিযোগ শইকীয়াৰ।

আনহাতে, কণ্টেইন মেণ্ট জ’ন আৰু কোৱাৰেন্টাইনৰ সকলো নীতি নিৰ্দেশনা মানি জেইলৰ বাহিৰত মানস কোঁৱৰক কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসন আৰু জেইল কতৃপক্ষক দাবী ভাস্ক’ডি শইকীয়াৰ।

এই অন্যায়ৰ প্ৰতিবাদত মানস কোঁৱৰে জেইলৰ ভিতৰতে অনশন আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd