• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদত অচল পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ কামকাজ; দাবী পূৰণ নহ’লে জংগী আন্দোলনৰ হুংকাৰ

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , October 12, 2019 9:54 am

2 min read

ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদত অচল পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ কামকাজ; দাবী পূৰণ নহ’লে জংগী আন্দোলনৰ হুংকাৰ
7.2k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ সমূহৰ ৮,৬২০ জন ঠিকাভিত্তিক কৰ্মচাৰীয়ে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ বাবে যোৱা এক অক্টোবৰৰ পৰা দীৰ্ঘদিনীয়া কৰ্ম বিৰতি পালন কৰিছে ৷

কিন্তু এই আন্দোলনৰ ১১ দিন উকলি যোৱাৰ পাচতো ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ খবৰ লোৱা নাই অসম চৰকাৰ তথা প্ৰশাসনে ৷

সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন পঞ্চায়তৰ লগতে গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ অন্তৰ্গত ২০ খন পঞ্চায়তৰ ৫৯ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীয়েও এই কৰ্মবিৰতি পালন কৰি আহিছে ৷

ৰাজ্যৰ আন্দোলনকাৰী ঠিকাভিত্তিক কৰ্মচাৰী সকলে তেওঁলোকৰ নিজৰ প্ৰাপ্যৰ দাবীৰ লগতে চাকৰি সুনিশ্চিত কৰাৰ উপৰিও চাকৰি নিয়মীয়াকৰণ, নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত নিয়মীয়া কৰ্মচাৰীৰ হাৰত বেতন আদায়, নিয়মীয়া কৰ্মচাৰীয়ে লাভ কৰা সকলো সা-সুবিধা প্ৰদানৰ দাবীত দীৰ্ঘদিনীয়া কৰ্মবিৰতি পালন কৰিছে।

আনহাতে আন্দোলনৰ বাবে বোকাখাতৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু ইয়াৰ ২০ খন পঞ্চায়তৰ কামকাজত অচলাৱস্থাৰ সৃষ্টি হোৱা বুলি  স্বীকাৰ কৰিছে গোলাঘাট পশ্চিম উন্নয়ন খণ্ড, বোকাখাত কাৰ্যালয়ৰ খণ্ড উন্নয়ন বিষয়া জুৰি শইকীয়াই।

উল্লেখযোগ্য যে অহা ১৪ অক্টোবৰত ৰাজ্য চৰকাৰ আৰু ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মাজত দিচপুৰত এক আলোচনাত মিলিত হোৱাৰ কথা আছে ৷

এই আলোচনাও যদি বিফল হয় তেন্তে ৰাজ্যৰ ৮৬২০ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীয়ে জংগী আন্দোলনৰ পন্থা গ্ৰহণ কৰিব বুলিও চৰকাৰক সকীয়াই দিছে। লগতে ইয়াৰ ফলত হ’ব লগা যিকোনো পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰেই জগৰীয়া হ’ব বুলিও আন্দোলনকাৰীসকলে উল্লেখ কৰিছে।

Recent News

depressed-sad-young-female-holdin

তাহানিতে স্বামীৰ সৈতে উঠা ছবিত নাপালে নিজকে চিনি! তাৰপিছত কি কৰিলে এইগৰাকী সন্দেহবাদী মহিলাই?

Gita Gopinath

‘নতুন কৃষি আইনে কৃষকৰ আয় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে’; IMFৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথ

Sourav-Ganguly

বুকুত প্ৰচণ্ড বিষ— পুনৰ অসুস্থ সৌৰভ গাংগুলী, চিকিৎসালয়ত ভৰ্তি

index

৪ বছৰৰ পিছত জে’লৰ পৰা মুক্তি পালে জয়াললিতাৰ এসময়ৰ ছায়াসংগী ভি কে শশীকলা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd